সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

সবিশেষ

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

ৰাজ্যিক বিজেপিৰ প্ৰচাৰ ইণ্ডিয়া টুডেৰ সমীক্ষাত বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভিতৰত শীৰ্ষস্থানত আছে হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু ইণ্ডিয়া টুডেৰ সমীক্ষাত আচলতে কি তথ্য প্ৰকাশ পাইছে ? চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন।-…

নিজৰ দখলত থকা উত্তৰাখণ্ড,গোৱা,মনিপুৰ আৰু উত্তৰ প্ৰদেশত সংকটাপন্ন কিয় বিজেপি?

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাৱ,গোৱা আৰু মনিপুৰত হব নির্বাচন৷ ইয়াৰে পঞ্জাৱক বাদ দি উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মনিপুৰ চাৰিখন ৰাজ্যৰে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি৷ কিন্তু এই নির্বাচনত এই চাৰিখন ৰাজ্যতেই…

পঞ্জাৱত কি ভুল কৰিলে আপে?

আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ…

কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ…

তলাতল ঘৰৰ চাফাই অভিযানত অখিল গগৈ

এতিয়া বনভোজৰ বতৰ। অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহত এতিয়া পৰ্যটকে ভিৰ কৰা লগতে, পৰিয়াল, বন্ধু তথা আত্মীয়-স্বজনৰ লগত বনভোজ খাবলৈ ভিৰ কৰিছেহি বনভোজস্হলী। ব্যতিক্ৰম নহয় ঐতিহাসিক শিৱসাগৰ। বনভোজৰ অন্যতম স্হলি হৈছে শিৱসাগৰস্থিত তলাতল ঘৰ৷ প্ৰতি বছৰে…

মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ হব। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব।…

৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে…

পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী

আজি পুৱা জন্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলায়। সেই অভিযানতেই পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। চলিত সপ্তাহত কাশ্মীৰত এয়া আছিল সন্ত্ৰাসবাদীৰ সৈতে হোৱা পঞ্চমটো সংঘৰ্ষ। ৫ টা সংঘৰ্ষত ৮ জনকৈ…

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক'ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ…

কিয় দেশৰ কৰ্মক্ষেত্ৰত নিম্নগামী হৈছে নাৰীৰ স্থান? সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন –

ভাৰতীয় সমাজত মধ্যযুগৰ পৰাই মহিলাই পুৰুষৰ সমানে সন্মানজনক স্থান লাভ কৰি আহিছে। দেশত নাৰীৰ বিৰুদ্ধে যথেষ্ট উচ্চ হাৰত অপৰাধ সংঘটিত হয় যদিও নাৰীৰ স্থান এতিয়াও কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাই। ইয়াৰ মাজতে এটা বিশেষ সমীক্ষাই প্ৰকাশ কৰিছে কিছু…