নিজৰ দখলত থকা উত্তৰাখণ্ড,গোৱা,মনিপুৰ আৰু উত্তৰ প্ৰদেশত সংকটাপন্ন কিয় বিজেপি?

Share This Article

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাৱ,গোৱা আৰু মনিপুৰত হব নির্বাচন৷ ইয়াৰে পঞ্জাৱক বাদ দি উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মনিপুৰ চাৰিখন ৰাজ্যৰে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি৷ কিন্তু এই নির্বাচনত এই চাৰিখন ৰাজ্যতেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি?বিজেপিৰ দখলত থকা চাৰি ৰাজ্যত এইবাৰ উচন হব নেকি বিজেপিৰ ভেটি, সৱিশেষ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন-

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.