২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

Share This Article

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত-

*দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ।
*উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা
*দৰিদ্ৰতা নিৰ্মূল কৰাৰ চেষ্টা অব্যাহত
*দৰিদ্ৰৰ জীৱনৰেখা সলনি কৰাৰ গুৰুত্ব
*মধ্যবিত্তৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলা হ’ব
*কভিড টিকাকৰণ অধিক ক্ষীপ্ৰতৰ কৰা লক্ষ্য
*মেক ইন ইণ্ডিয়াৰ জৰিয়তে ৬০ লাখ নিযুক্তি দিয়াৰ লক্ষ্য
*৩০ লাখ অতিৰিক্ত চাকৰি দিয়াৰ লক্ষ্য
*শ্বেয়াৰ বজাৰত LICৰ IPO মুকলি
*বছৰত ২৫ হাজাৰ কিঃমিঃ পথ নিৰ্মাণৰ লক্ষ্য
*৩ বছৰৰ ভিতৰত ৪০০ বন্দে ভাৰত ৰে’লৰ আৰম্ভণি
*৮টা নতুন ৰোপৱে নিৰ্মাণৰ সিদ্ধান্ত
*প্ৰতিটো শ্ৰেণীকোঠাত একোটাকৈ TV দিয়াৰ লক্ষ্য
*বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ লক্ষ্য
*উত্তৰ-পূবৰ বিকাশৰ বাবে ১৫শ কোটি বাজেটত
*জৈৱিক খেতিত বিশেষ গুৰুত্ব
*MSP ৰ জৰিয়তে কৃষকৰ উৎপাদিত শস্য ক্ৰয়ৰ লক্ষ্য
*কৃষকক প্ৰদান কৰা হ’ব ডিজিটেল সেৱা
*IT আৰু ব্যক্তিগত খণ্ডত বিশেষ গুৰুত্ব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.