সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

সবিশেষ

কাজিৰঙা আৰু কাগজ কলক লৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙাক ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ প্ৰদক্ষেপ। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জ’ন ঘোষণা।…

অসম চৰকাৰৰ তিনিটা বেয়া লক্ষণ কি কি বুলি ক’লে অখিল গগৈয়ে?

মহোদয়৷মোৰ বাবে কেৱল চাৰি মিনিট সময় নির্ধাৰণ কৰা হৈছে৷অথচ মোৰ হাতত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কোনো যাদুদণ্ড নাই৷পোনে পোনে কেৱল এটা তথ্য পৰীক্ষা কৰো আহক৷আজি অসম বাজেট সর্ন্দভত এনেকৈয়ে সদনত বক্তব্য আৰম্ভ কৰিলে বিধায়ক অখিল গগৈয়ে৷চাৰি মিনিটৰ…

বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক…

আৰু বহু আদিত্যনাথ আহি আছে

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি…

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…

অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ

দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ।  এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক…

২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত- *দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ। *উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা…

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

ৰাজ্যিক বিজেপিৰ প্ৰচাৰ ইণ্ডিয়া টুডেৰ সমীক্ষাত বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভিতৰত শীৰ্ষস্থানত আছে হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু ইণ্ডিয়া টুডেৰ সমীক্ষাত আচলতে কি তথ্য প্ৰকাশ পাইছে ? চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন।-…

নিজৰ দখলত থকা উত্তৰাখণ্ড,গোৱা,মনিপুৰ আৰু উত্তৰ প্ৰদেশত সংকটাপন্ন কিয় বিজেপি?

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,পঞ্জাৱ,গোৱা আৰু মনিপুৰত হব নির্বাচন৷ ইয়াৰে পঞ্জাৱক বাদ দি উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মনিপুৰ চাৰিখন ৰাজ্যৰে শাসনৰ গাদীত অধিষ্ঠিত বিজেপি৷ কিন্তু এই নির্বাচনত এই চাৰিখন ৰাজ্যতেই…

পঞ্জাৱত কি ভুল কৰিলে আপে?

আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ…