সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কোম্পেনীক অসমত প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা কিয়?

বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা কনষ্ট্ৰাকশ্যনে? চাওক এই বিশেষ প্ৰতিবেদনত-

 

- Donation -

Leave A Reply

Your email address will not be published.