সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

সবিশেষ

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন…

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷ সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷…

ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা দ্ৰৌপদী মুর্মুৰ জীৱন কাহিনী

চাৰিটা বছৰত তিনি আত্মীয়ক হেৰুৱাইছিল তেওঁ৷ প্ৰথমে ডাঙৰ পুত্ৰক, তাৰপাছত এটা পথ দুর্ঘটনাত সৰু পুত্ৰক আৰু শেষত স্বামীক৷ তাৰপাছতো শেষ হৈ যোৱা নাছিল সকলো৷ এক কন্টকময় আৰু ট্ৰেজিক ইতিহাস পাৰ কৰি আহি তেওঁ আজি দেশৰ ৰাষ্ট্ৰপতি৷ আজি ৰাষ্ট্ৰপতি হিচাপে…

ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?

কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা…

যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?

এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ…

ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?

ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷…

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে…

প্ৰয়োজনীয় সংখ্যা থাকিও চাৰি ৰাজ্যত কেনেকৈ পৰাজিত হ’ল বিৰোধী?

কালি অৰ্থাৎ ১০ জুনত অনুষ্ঠিত হয় ৪ খনকৈ ৰাজ্যৰ ১৬ খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন।ৰাজস্থান,কৰ্ণাটক,হাৰিয়ানা,আৰু মহাৰাষ্ট্ৰত ১৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ খন ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।…

নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কোম্পেনীক অসমত প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা কিয়?

বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা…