সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

সবিশেষ

কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?

ছুপাৰমাৰ্কেট ফ্লাই অ'ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা…

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ

দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া…

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ…

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন…

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷ সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷…