সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

অৰ্থনীতি

পুনৰ এবাৰ ভুৱা প্ৰচাৰৰ বাবে সাজু হৈছে নেকি বিজেপি?

অভূতপূৰ্ব প্ৰচাৰ শৈলী আৰু অবাস্তৱ কথাৰ বাবে সদায়েই চৰ্চাত থাকে শাসকীয় দল বিজেপি। এইবাৰ আন এক প্ৰচাৰৰ চমক দিবলৈ সাজু হৈছে বিজেপি। বিজেপিৰ শীৰ্ষ নেতৃত্বই দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিলে। পৰিসংখ্যাই…

লীজত দিব ৰাজহুৱা খণ্ডৰ সম্পত্তি : ক’ৰ পৰা কিমান ধন সংগ্ৰহৰ লক্ষ্য ?

সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে চাৰি বছৰীয়া নেচনেল মনিটাইজেশ্বন প্লেন ৷ এই পৰিকল্পনা অনুসৰি ৰাজহুৱা খণ্ডত থকা সম্পত্তি লীজত দি ভাৰত চৰকাৰে চাৰি বছৰত ৬ লাখ কৌটি ধন ঘটাৰ লক্ষ্য লৈছে ৷ লীজত দিবলগীয়া সম্পত্তি সমূহৰ ভিতৰত আছে পথ…

দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?

দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব…

 আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?

অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান…

ধনকুবেৰৰ তথ্য আছে মোদী চৰকাৰৰ হাতত, দৰিদ্ৰৰ সংখ্যা কিয় নাজানে ?

লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও জনাব নোৱাৰিলে…

চন্দ্ৰমোহন সফল! তেন্তে আত্মহত্যা কিয় অসমীয়াৰ?

এজন মন্ত্ৰীৰ সফলতাৰ কাহিনী কম আজি৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷বিগত ৫ আগষ্টত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজেই বিধানসভাত দাঙি ধৰিছিল নিজৰ সফলতাৰ বিজ্ঞাপন৷অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত বুজাই দিছিল তেখেত কিমান…

দাম নাই : অসমৰ চাহ উদ্যোগলৈ অভূতপূৰ্ব সংকট নামিছে কিয় ?

সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগটো এক অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে ৷ কিয়নো  চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে ।  নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰিছে যে  এফালে…

নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?

নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব? নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব? নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী…

দৰিদ্ৰতা অতিক্ৰমি কেনেকৈ বৃহৎ অৰ্থনীতিত পৰিণত হ’ল দক্ষিণ কোৰিয়া?

বিপুল কলিতাৰ কলমত- শেহতীয়া এক তথ্য অনুসৰি গৱেষণা আৰু বিকাশৰ শিতানত ব্যয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰা দেশখনেই হৈছে দক্ষিণ কোৰিয়া ৷ দক্ষিণ কোৰিয়াই যোৱা চাৰি দশকত এক উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক অৰ্থনীতিত পৰিণত হ'বলৈ সক্ষম হৈছে আৰু…

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷…