সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

Share This Article

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন।
শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ’ব বিৰোধী পক্ষৰ বিভিন্ন প্ৰশ্নৰ।
ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ ভাষনেৰে আৰম্ভ হ’ব সন্মিলন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক ব্যাখ্যা আগবঢ়াব সোমবাৰে লোকসভাত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.