সুদ ভৰি ভৰি সৰ্বস্বান্ত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?

Share This Article

৫ বছৰত সুদৰ নামতেই যাব ৫৫ হাজাৰ কোটি টকা৷হয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে আগন্তুক ৫ টা বছৰত সুদৰ নামত ভৰিব ৫৫ হাজাৰ কোটি টকা৷কিন্তু কিয়?এই সন্দর্ভত আজি দৈনিক অসম কাকতত এক বিশেষ প্ৰতিবেদন লিখিছে সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে৷তাৰেই আধাৰত আগবঢ়াইছো দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইন৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.