সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

অৰ্থনীতি

কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ…

চুবুৰীয়া ৰাষ্ট্ৰৰ অস্থিৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ভাৰতকো

ব্যাপক মূল্যবৃদ্ধিৰ বাবেই অৱশেষত ইস্তাফা দিবলগীয়া হ’ল এখন চৰকাৰে ৷ ইস্তাফা দিলে সম্পূৰ্ণ কেবিনেটে ৷ তাৰ পাছত বিৰোধীক চৰকাৰত চামিল হোৱাৰ অহ্বান ৰাষ্ট্ৰপতিৰ ৷ এই ঘটনা শ্ৰীলংকাৰ ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ লৈছে ৷…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে এক ভয়াৱহ পৰিস্থিতিত জনতা…

সুদ ভৰি ভৰি সৰ্বস্বান্ত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?

৫ বছৰত সুদৰ নামতেই যাব ৫৫ হাজাৰ কোটি টকা৷হয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে আগন্তুক ৫ টা বছৰত সুদৰ নামত ভৰিব ৫৫ হাজাৰ কোটি টকা৷কিন্তু কিয়?এই সন্দর্ভত আজি দৈনিক অসম কাকতত এক বিশেষ প্ৰতিবেদন লিখিছে সাংবাদিক জীতেন্দ্ৰ কুমাৰ…

বিশ্বগুৰুৰ দেশ কিয় হ’ব নোৱাৰে ভাৰত?

আপুনি কল্পনা কৰিব পাৰেনে যে দেশৰ প্ৰতি ১০০ জন যুৱকৰ ২৫ জনৰে হাতত নাই কোনো কৰ্মসংস্থাপন? বা আপুনি কল্পনা কৰিব পাৰেনে দেশৰ কোনোবা ৰাজ্যত প্ৰতি ১০০ জন যুৱকৰ ভিতৰত ৪৭ জনৰে নাই কোনো কৰ্মসংস্থাপন? কৈ থকা হৈছে পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ কথা৷দেখুৱা…

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” সন্দৰ্ভত ভাষণ

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "আত্মনির্ভৰ ভাৰত" আৰু ইয়াৰ গুৰুত্ত্ব সন্দৰ্ভত আগবঢ়াবলগীয়া ভাষণ শুনিবৰ বাবে বিজেপি সাংসদ জে পি নাদ্দা , কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ আন আন সাংসদসকল মিলিত হ'ব আম্বেদকাৰ ভৱনত । তাৰোপৰি দলৰ…

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট সন্মিলন

সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট সন্মিলন। শেহতীয়াকৈ দ্যা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিল যে ২০১৭ চনত ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল চোৰাংচোৱা ছফ্টৱেৰ পেগাছাছ । সেয়েহে আশংকা কৰা হৈছে এইবেলি বাজেট সন্মিলনত নৰেন্দ্ৰ মোদী চৰকাৰ সন্মুখীন হ'ব…

১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক

কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক। এই দুদিনত কৰ্ম দেশব্যাপী ধৰ্মঘট কৰাৰ পৰিকল্পনা কৰিছে বেংকৰ কৰ্মচাৰী সকলে। SBIকে ধৰি আন বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো নিজৰ…

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক'ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ'ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক'ভিডৰ…

হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰীৰ বাবে দুমাহৰ ভিতৰত মুকলি হ’ব ৫৭০ কোটি টকা

অৱশেষত হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। নিশা ২ বজাত এক বিশেষ চুক্তি সম্পন্ন হোৱা বুলি…