Category অৰ্থনীতি

৩০ বছৰৰ অভিলেখ ভংগ কৰিলে পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰে

৩০ বছৰৰ অভিলেখ ভংগ হ’ল মোদী চৰকাৰৰ কার্যকালত৷৩০ বছৰৰ অভিলেখ ভংগ কৰি পাইকাৰী মুল্যবৃদ্ধিৰ হাৰ হলগৈ ১২.৯৬ শতাংশ৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: …

‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷’

‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷’ মূল্যবৃদ্ধি আৰু এনকাউন্টাৰক লৈ সৰৱ হল অখিল গগৈ৷৬০ টকা দামৰ পেট্ৰল ৰাইজে কিনিব লগা হৈছে এশ টকাত৷কেনেকৈ কমিব মূল্যবৃদ্ধি?বাখ্যা অখিল গগৈৰ৷

ডেৰশ টকাৰে ক্ৰয় কৰক মাহটোৰ বাবে শাক পাচলি!

ভেন্দি ১২০ টকা,জিকা ১৮০ টকা,পটল ১০০ টকা আৰু ভাত কেৰেলা ২৮০ টকা৷ কিন্তু এমাহৰ বাবে শাক পাচলি আৰু ফলমূল কিনিবলৈ এটা পৰিয়ালক চৰকাৰে দিছে মাত্ৰ ডেৰশ টকা৷ বজাৰত জুই,এখন হাস্যকৰ আচনিত পৰিণত হৈছে অৰুনোদয় আচনি৷ দ্য ক্ৰছকাৰেণ্ট এক্সপ্লেইন-   স্বতন্ত্ৰতাৰ…

দেশ দুখীয়া হৈছে, কেনেকৈ ধনী হৈছে বিজেপি আৰু আদানী?

আজিৰ ৰাউণ্ড দ্য ক্লকত আছে তিনিটা বিশেষ ডাঙৰ খবৰ৷ ইয়াৰে দুটা খবৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিসন্দেহে অতি ভাল আৰু গৌৰবৰ খবৰ৷ তৃতীয়টো খবৰ দেশৰ বাবেই বেয়া খবৰ৷ চাওঁক ৰাউণ্ড দ্য ক্লক৷-  

ধনী হৈছে চৰকাৰ, দুখীয়া হৈছে কিয় জনতা ?

পেট্ৰ’ল-ডিজেলৰ পৰা চৰকাৰে উপাৰ্জন কৰিলে ৮ লাখ কৌটি টকা, জনতাৰ উপাৰ্জন হ্ৰাস পালে ১ .২৬ লাখৰ পৰা ৯৯ হাজাৰ টকালৈ ৷ জনতাৰ জেপ লুণ্ঠনৰ সবিশেষ খবৰ দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত-

কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ পাছত ৯০ দিনৰ ভিতৰত নিৰ্বাচন…

চুবুৰীয়া ৰাষ্ট্ৰৰ অস্থিৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ভাৰতকো

ব্যাপক মূল্যবৃদ্ধিৰ বাবেই অৱশেষত ইস্তাফা দিবলগীয়া হ’ল এখন চৰকাৰে ৷ ইস্তাফা দিলে সম্পূৰ্ণ কেবিনেটে ৷ তাৰ পাছত বিৰোধীক চৰকাৰত চামিল হোৱাৰ অহ্বান ৰাষ্ট্ৰপতিৰ ৷ এই ঘটনা শ্ৰীলংকাৰ ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ লৈছে ৷ জনবিক্ষোভ চৰম পৰ্যায়ত…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে…

সুদ ভৰি ভৰি সৰ্বস্বান্ত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?

৫ বছৰত সুদৰ নামতেই যাব ৫৫ হাজাৰ কোটি টকা৷হয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে আগন্তুক ৫ টা বছৰত সুদৰ নামত ভৰিব ৫৫ হাজাৰ কোটি টকা৷কিন্তু কিয়?এই সন্দর্ভত আজি দৈনিক অসম কাকতত এক বিশেষ প্ৰতিবেদন লিখিছে সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে৷তাৰেই আধাৰত…

বিশ্বগুৰুৰ দেশ কিয় হ’ব নোৱাৰে ভাৰত?

আপুনি কল্পনা কৰিব পাৰেনে যে দেশৰ প্ৰতি ১০০ জন যুৱকৰ ২৫ জনৰে হাতত নাই কোনো কৰ্মসংস্থাপন? বা আপুনি কল্পনা কৰিব পাৰেনে দেশৰ কোনোবা ৰাজ্যত প্ৰতি ১০০ জন যুৱকৰ ভিতৰত ৪৭ জনৰে নাই কোনো কৰ্মসংস্থাপন? কৈ থকা হৈছে পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ…