আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” সন্দৰ্ভত ভাষণ

Share This Article

আজি কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনির্ভৰ ভাৰত” আৰু ইয়াৰ গুৰুত্ত্ব সন্দৰ্ভত আগবঢ়াবলগীয়া ভাষণ শুনিবৰ বাবে বিজেপি সাংসদ জে পি নাদ্দা , কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ আন আন সাংসদসকল মিলিত হ’ব আম্বেদকাৰ ভৱনত ।
তাৰোপৰি দলৰ ৰাজ্যিক নেতা, মুখ্য মন্ত্ৰীসকল আৰু সমষ্টিসমূহৰ বিধায়কৰ লগতে আন আন দপ্তৰৰ ব্যক্তিসকল মিলিত হ’ব নিজ নিজ ৰাজনৈতিক ভৱনত।
এই কথা সদৰী কৰে মুখ্য বক্তা তথা ৰাজ্য সভাৰ সাংসদ অনিল বলুণীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.