সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শিক্ষা-প্ৰযুক্তি

ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBAৰ নতুন নিৰ্দেশনা

⚫ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে SEBAই ⚫ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ’ব ⚫ ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰা…

দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা কিয় আঁতৰাই দিয়া হ’ল মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প…

মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প দ্ৰৌপদীক লৈ এতিয়া দেশত সৃষ্টি হৈছে বিতৰ্কৰ। প্ৰাপ্ত তথ্য অনুযায়ী দিল্লী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে BA (Honours) ইংৰাজীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিলে দ্ৰৌপদী নামৰ চুটিগল্পটো। গল্পটোত পুৰুষৰ অত্যাচাৰৰ…

ধনৰ অভাৱ…কটনে নাপাতে প্ৰৱেশ পৰীক্ষা

কটনত অনুষ্ঠিত নহয় প্ৰৱেশ পৰীক্ষা৷২০২১ বর্ষৰ স্নাতক পর্যায়ৰ নামভর্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হব বুলি পূর্বেই ঘোষণা কৰিছিল কটন বিশ্ববিদ্যালয়ে৷ বিগত ১৭ আগষ্টৰ সেই জাননী প্ৰত্যাহাৰ কৰি ২১ আগষ্টত আন এখন জাননী জাৰি কৰিছে কটন বিশ্ববিদ্যালয়…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?

অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়…

পেট্ৰ’ল-মিঠাতেলৰ দৰেই বৃদ্ধি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাচুল! নামানিলে ইউ জি চিৰ নির্দেশ-

বজাৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে,শিক্ষার্থীক জুৰুলা কৰিছে নামভর্তিৰ মাচুল বৃদ্ধিয়ে৷ কোভিড আৰু লকডাউনে ৰাইজক আর্থিকভাবে সংকটাপন্ন কৰি ৰখাৰ সময়তে শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ…

ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা : কেতিয়া পূৰণ কৰিব প্ৰ- পত্ৰ ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ৷  ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ - ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ…

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ কিমান ?

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ বিদ্যালয়ত অধ্যয়নৰত মুঠ ২০,৯৮,১২৮ গৰাকী ছাত্ৰ- ছাত্ৰীৰ…

কটনত নামভৰ্তিৰ বাবে বহিব লাগিব প্ৰৱেশ পৰীক্ষাত

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হ'ব লাগিব প্ৰৱেশ পৰীক্ষাত ৷ এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে৷ সংবাদমাধ্যমক তেও জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ…

থোৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ'ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কোভিডৰ বাবে এই বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা ৷ থোৰতে মেট্ৰিকৰ ফলাফল এনেধৰণৰ -…

কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।