Category শিক্ষা-প্ৰযুক্তি

অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন অৰণি এছ হাজৰিকাৰ

বিশ্ববিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন অসমৰ এগৰাকী মেধাৱী ছাত্ৰীৰ। নাম অৰণি এছ হাজৰিকা। গুৱাহাটী হোলী চাইল্ড স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অৰণি। সমাগত স্নাতক পাঠ্যক্ৰমৰ বাবে সংস্কৃত ভাষা অধ্যয়নৰ সুযোগ লাভ  অক্সফোৰ্ড বিশ্ববিদ্যালয়ত।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত

নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক’ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰে। উল্লেখ্যযোগ্য যে, যোৰহাট…

১২ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে ২০২১-২২ বৰ্ষৰ বাবে NEET-PGৰ নামভৰ্তিৰ বাবে পুনৰ কাউঞ্চেলিং আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি পোৱা পাছতেই ১২ জানুৱাৰীৰ পৰা ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং আৰম্ভ হ’ব, এইকথা ঘোষণা কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই।…

নীটৰ নামভর্তি সন্দর্ভত গুৰুত্বপূর্ণ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

বিগত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে NEET-PG নামভৰ্তি সন্দৰ্ভত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭% আৰু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০% সংৰক্ষণ নির্ধাৰণ কৰে । ইয়াৰোপৰি চলিত নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে অজয় ভূষণ পাণ্ডে সমিতিৰ মত গ্ৰহণ কৰি আৰ্থিক ভাৱে দূৰ্বল শ্ৰেণীৰ চিনাক্তকৰণৰ…

কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Wellbeing World 40 Under 40 সন্মান

◆ কটন বিশ্ববিদ্যলয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Business Worldৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে BW Wellbeing World 40 Under 40 সন্মান ◆ নতুন দিল্লীত বিশেষ সন্মিলনত এই সন্মান ড° মহন্তলৈ ◆ ভাৰতৰ Wellbeing Industryৰ ৪০ প্ৰভাৱশালী লোকক এই বঁটা…

নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই

অসম মাধ্যমিক শিক্ষা পৰিষদে অক্টোবৰ মাহত একেটা শ্ৰেণীত অৱতীৰ্ণ হ’ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব। ছেবাই এক জাননী যোগে প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত কৰোৱা পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা সকলৰ বাবে…

ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক/হাইমাদ্ৰাছা পৰীক্ষাঃ ছেবা

মুকলি কৰা হ’ল ছেবাৰ নতুন পৰ্টেল সকলো বিদ্যালয়সমূহ লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বাতিল হ’ব স্বীকৃতি দশম শ্ৰেণীৰ পৰীক্ষাৰ আভ্যন্তৰীণ মূল্যাংকনৰ বাবে ছেবাৰ নতুন পৰ্টেল মুকলি কৰা হৈছে ছমাহিলী পৰীক্ষা আৰু বছৰেকীয়া গোট…

কাইলৈৰ পৰা খুলিব স্কুলঃ ২০ মাহৰ অন্তত স্কুললৈ যাব ছাত্ৰ-ছাত্ৰী

🔴 কাইলৈৰ পৰা খুলিব ৰাজ্যৰ স্কুলকে ধৰি আন শিক্ষানুষ্ঠান সমূহ 🔴 প্ৰায় ২০ মাহৰ পিছত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰী 🔴 কিন্তু এটা সময়ত এটা শ্ৰেণীকোঠাত ৩০ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব 🔴 কাইলৈৰ পৰা প্ৰাথমিক-মাধ্যমিক কিম্বা হাইস্কুল পৰ্যায়ৰ পাঠদান আৰম্ভ হব…

UPSC পৰীক্ষাত একেলগে উত্তীৰ্ণ হোৱা দুই ভগ্নীয়ে কেনেদৰে প্ৰস্তুতি চলাইছিল?

কিছুদিন পূৰ্বে ঘোষণা কৰা হল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ সৰ্বোচ্চ মেধা সম্পন্ন পৰীক্ষাৰ্থীৰ মাজৰ পৰা চলিত বছৰৰ বাবে নিৰ্বাচন কৰি উলিওৱা হল ৭৭২ গৰাকীকৈ প্ৰশাসনিক সেৱাৰ বিষয়া। কিন্তু দেশৰ এই ৭৭২ গৰাকী সু-সন্তানৰ মাজত বিশেষভাৱে চৰ্চালৈ আহিছে দুগৰাকী…

মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?

মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা হাতখন আচলতে…