Investigative reporting with dedication.

মুকলি কৰা হ’ল ছেবাৰ নতুন পৰ্টেল
সকলো বিদ্যালয়সমূহ লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে
নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বাতিল হ’ব স্বীকৃতি
দশম শ্ৰেণীৰ পৰীক্ষাৰ আভ্যন্তৰীণ মূল্যাংকনৰ বাবে ছেবাৰ নতুন পৰ্টেল মুকলি কৰা হৈছে
ছমাহিলী পৰীক্ষা আৰু বছৰেকীয়া গোট পৰীক্ষাৰ নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব এই পৰ্টেলত
ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক/হাইমাদ্ৰাছা পৰীক্ষা




