Category শিক্ষা-প্ৰযুক্তি

এটা মাত্ৰ পৰীক্ষাৰ বিফলতাই জীৱনৰ মূল্য হ্ৰাস নকৰে। কাৰণ জীৱন অমূল্য, জীৱন অনুপম।

এটা মাত্ৰ পৰীক্ষাৰ বিফলতাই জীৱনৰ মূল্য হ্ৰাস নকৰে। কাৰণ জীৱন অমূল্য, জীৱন অনুপম। মেট্ৰিকত সফল সকললৈ শুভেচ্ছা৷ আশাজনক ফলাফল নোপোৱা সকললৈ এই প্ৰতিবেদন৷

চাকৰি বিচৰা নিবনুৱাক আৰক্ষীৰ গালি আৰু গোৰ কিয়?

চাৰি বছৰে নিযুক্তিৰ বাবে আশাৰে ৰৈ থকা এদল নিবনুৱা ৷ ফলাফল বিচাৰি আহিছিল মহানগৰীলৈ ৷ তাৰ পাছত সন্মুখীন হ’ল অকথ্য নিৰ্যাতনৰ ৷ মুখ্যমন্ত্ৰীৰ সন্দেহ-ফাদিল হৈছে ফলাফল ৷ আৰক্ষীৰ নিযুক্তিক লৈ অনেক প্ৰশ্ন ৷ চাওক এই প্ৰতিবেদনত – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী কিছু সালসলনি

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী কিছু সালসলনি। ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ইংৰাজী পৰীক্ষা ৩০ মে’ত আৰু ১৯ মে’ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ ৩১ মে’ আগবেলা অনুষ্ঠিত হ’ব। লগতে ৩০ মে’ৰ পিছবেলা বিহু বিষয়ক পৰীক্ষা অনুষ্ঠিত হ’ব। ১৯ মে’ৰ পিছবেলা গণিতৰ…

আদৰ্শ বিদ্যালয়ৰ নামত ভেল্কিবাজী হিমন্ত চৰকাৰৰ

চাহ বাগিচাৰ এলেকাত আদৰ্শ বিদ্যালয়ৰ নামত চৰকাৰে নিৰ্মাণ কৰিব কেৱল গৃহ।শিক্ষক নিযুক্তি দিব পূৰ্বে প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকক।কিন্তু সেইসমূহ প্ৰাদেশীকৃত বিদ্যালয়ত পাঠদান কৰিব কোনে?আদৰ্শ বিদ্যালয় নিৰ্মাণৰ নামত ভেল্কিবাজী হিমন্ত বিশ্ব চৰকাৰৰ।

পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম পৰ্যায়।মূল্য বৃদ্ধি প্ৰভাৱৰ গুৰুত্ব বুজিবলৈ ৰাষ্ট্ৰীয় সংবাদ…

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল?

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল।হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কৈছোঁ কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই গৌৰৱৰ কথা। আমি কিয় কৈছোঁ এই কথা চাওঁক দ্য ক্ৰছ কাৰেন্ট টেকত—

হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷ নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত পৰিছে যেন মুখ্যমন্ত্ৰী…