Browsing Category
শিক্ষা-প্ৰযুক্তি
গ্ৰন্থ ওলাব কিন্তু কিনিব কেনেকৈ?
দাম বৃদ্ধিৰ পৰা বাদ পৰি ৰোৱা নাই কাগজো। কাগজৰো বাঢ়িছে জুইচাই দাম। কাগজৰ দামৰ প্ৰভাৱ পৰিছে কাগজৰ বিক্ৰেতা , গ্ৰাহক , গ্ৰন্থ প্ৰকাশক গোষ্ঠীসমূহৰ ওপৰত। এক ৰীম কাগজৰ দাম পূৰ্বতে আছিল ১০০০ টকা, এতিয়া সেই কাগজৰ ৰীম হৈছেগৈ ১৫০০ ৰ পৰা ১৮০০ টকা।…
ড্ৰপ আউট’ ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ চেষ্টা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা অঞ্চল আৰু বিভিন্ন অঞ্চল সমূহৰ যিবোৰ ল'ৰা-ছোৱালীয়ে বিভিন্ন কাৰণৰ বাবে আধাতে বিদ্যালয় এৰিব লগা হৈছে তেওঁলোকক পুনৰ শিক্ষা দানৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ…
শিক্ষকবিহীনভাৱেই চলি আছে বিদ্যালয়
সফলতাৰ জয়গান গোৱাত অহৰহ ব্যস্ত থকা চৰকাৰৰ দিনত নগাঁৱৰ কচুৱাত ঘটিছে এক আজৱ ঘটনা। শিক্ষাখণ্ডৰ পয়াঁলগা স্বৰূপ উদঙাইছে এখন বিদ্যালয়ে। শিক্ষকৰ অভাৱত তিনি বছৰে প্ৰধান শিক্ষকৰ পত্নীয়ে কৰিছে স্বেচ্ছামূলক পাঠদান। বিদ্যালয় গৃহ ,ছাত্ৰছাত্ৰী সকলো আছে…
‘অচ্ছে দিন’ৰ প্ৰভাৱেই পৰা নাই ঢকুৱাখনাত
শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ এজাক শিশুৰ ।ঢকুৱাখনাত শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ ।স্বাধীনতাৰ ৭৫ বছৰ হ’ল। সমগ্ৰ দেশে উদযাপন কৰিছে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী। আনহাতে,আমাৰ দেশে ভৰি দিলে 5G ৰ যুগত । কিন্তু…
ভয়ংকৰ ভৱিষ্যতৰ দিশে মধ্য প্ৰদেশৰ মেডিকেল শিক্ষাৰ্থী !
মধ্য প্ৰদেশ চৰকাৰে অলপতে শুভাৰম্ভ কৰে হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম। বিৰাট ঢাকঢোল বজাই মধ্যপ্ৰদেশ চৰকাৰে হিন্দী ভাষাত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। ভাগ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।এমবিবিএছৰ প্ৰথম বাৰ্ষিকীৰ ৩খন কিতাপ হিন্দীত…
হিন্দীত পঢ়িব পাৰিব মেডিকেল
হিন্দী শিকক নহ’লে বেমাৰ দেখুওৱা নহ’ব ।হিন্দীত মেডিকেল পাঠ্যক্ৰমৰ শুভাৰম্ভ ।১৬ অক্টোবৰত মধ্য প্ৰদেশত আৰম্ভ হ’ব হিন্দীত মেডিকেলৰ পাঠদান ।মেডিকেল অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হ’ব হিন্দী ভাষাত।দেশৰ ভিতৰত হিন্দী ভাষাত মেডিকেল…
নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন
বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…
ৰহস্যৰ আবৰ্তত ‘লেপটপ স্কীম’!
ৰহস্যৰ আবৰ্তত 'লেপটপ স্কীম'!
লেপটপ বিচাৰি হাঁহাকাৰ ছাত্ৰছাত্ৰীৰ
'প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম'
প্ৰকৃততে কি?
সঁচাকৈয়ে পাব নে লেপটপ ? প্ৰধানমন্ত্ৰীৰ ভুৱা ৱেবছাইট?
'প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেপটপ স্কীম ২০২২ ' অধীনত ২০২২-২৩…
মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, ‘চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই’
মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, 'চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ'বই’৷ কিন্তু কি যুক্তি?
https://youtu.be/5SrWQf-SD0g
Intelligence Bureau ৰ শীৰ্ষ পদত অসম সন্তান
Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিলে অসম সন্তান তপন কুমাৰ ডেকাই । The Appointment Committee of the cabinetৰ অনুমোদনৰ পিছতেই পদোন্নতি লাভ কৰিলে তপন কুমাৰ ডেকাই। বিশেষ শাখাৰ সঞ্চালকৰ পৰা মুখ্য সঞ্চালকলৈ পদোন্নতি লাভ কৰে ডেকাই।…