Investigative reporting with dedication.

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী কিছু সালসলনি। ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ইংৰাজী পৰীক্ষা ৩০ মে’ত আৰু ১৯ মে’ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ ৩১ মে’ আগবেলা অনুষ্ঠিত হ’ব। লগতে ৩০ মে’ৰ পিছবেলা বিহু বিষয়ক পৰীক্ষা অনুষ্ঠিত হ’ব। ১৯ মে’ৰ পিছবেলা গণিতৰ পৰীক্ষা হোৱাৰ কথা আছিল। নতুন সূচী অনুসৰি গণিতৰ পৰীক্ষা হ’ব ৩১ মে’ৰ পিছবেলা। এই কথা জনালে AHSECৰ পৰীক্ষা নিয়ন্ত্ৰকে।




