শ্ৰেণী শিক্ষা-প্ৰযুক্তি

ধনৰ অভাৱ…কটনে নাপাতে প্ৰৱেশ পৰীক্ষা

কটনত অনুষ্ঠিত নহয় প্ৰৱেশ পৰীক্ষা৷২০২১ বর্ষৰ স্নাতক পর্যায়ৰ নামভর্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হব বুলি পূর্বেই ঘোষণা কৰিছিল কটন বিশ্ববিদ্যালয়ে৷ বিগত ১৭ আগষ্টৰ সেই জাননী প্ৰত্যাহাৰ কৰি ২১ আগষ্টত আন এখন জাননী জাৰি কৰিছে কটন বিশ্ববিদ্যালয় কতৃপক্ষই৷নতুন জাননী অনুসৰি,কটন বিশ্ববিদ্যালয়ত…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?

অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৰ্চালৈ আহিছে কেবাগৰাকীও অধ্যাপকৰ কু – কৰ্মৰ বাবেহে ৷…

পেট্ৰ’ল-মিঠাতেলৰ দৰেই বৃদ্ধি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাচুল! নামানিলে ইউ জি চিৰ নির্দেশ-

বজাৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে,শিক্ষার্থীক জুৰুলা কৰিছে নামভর্তিৰ মাচুল বৃদ্ধিয়ে৷ কোভিড আৰু লকডাউনে ৰাইজক আর্থিকভাবে সংকটাপন্ন কৰি ৰখাৰ সময়তে শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষার্থীসকল৷ কিন্তু স্বাভাৱিক মাচুল বৃদ্ধিৰ সীমা চেৰাই তেজপুৰ বিশ্ববিদ্যালয়ে বর্ধিত…

ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা : কেতিয়া পূৰণ কৰিব প্ৰ- পত্ৰ ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷  ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ – ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানত এই বিষয়ে…

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ কিমান ?

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ…

কটনত নামভৰ্তিৰ বাবে বহিব লাগিব প্ৰৱেশ পৰীক্ষাত

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হ’ব লাগিব প্ৰৱেশ পৰীক্ষাত ৷ এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে৷ সংবাদমাধ্যমক তেও জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত নামভৰ্তি…

থোৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কোভিডৰ বাবে এই বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা ৷ থোৰতে মেট্ৰিকৰ ফলাফল এনেধৰণৰ – উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪…

কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।

ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ’ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন…

নীট কেতিয়া অনুষ্ঠিত হ’ব ?

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা – নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১৩ জুলাইৰ বিয়লি…