নীট কেতিয়া অনুষ্ঠিত হ’ব ?

Share This Article

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা – নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১৩ জুলাইৰ বিয়লি ৫ বজাৰ পৰা ৷ শিক্ষাৰ্থীসকলে নেচনেল টেষ্টিঙ এজেন্সীৰ ৱেবচাইটৰ জড়িয়তে প্ৰ- পত্ৰ পূৰণ কৰিব পাৰিব ৷ উল্লেখ্য যে , অহা ১ আগষ্ট নীট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কপভিড পৰিস্থিতিৰ বাবে পৰীক্ষা পিছুৱাই দিয়া হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.