Browsing Category
বাণিজ্য
এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি
আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ…
বাজেটত কি কি বস্তুৰ দাম হ্ৰাস পালে আৰু কি কি দাম বৃদ্ধি পালে-
বাজেটত কি কি বস্তুৰ দাম কমিব-
*দাম কমিব মোবাইল ফোনৰ
*কাপোৰৰ লগতে কেইবাটাও সামগ্রীৰ দাম হ্ৰাস হ'ব
*চাৰ্জাৰ, জোতাৰো হ্ৰাস হ'ব দাম
*চামৰা সামগ্রী, বিদেশৰ পৰা অহা মেচিনৰো দাম শীঘ্রই হ্ৰাস হ'ব
*হ্ৰাস হ'ব খেতিৰ সা-সঁজুলিৰ দাম
*স্টিলৰ…
কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ
দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক'ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ'ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক'ভিডৰ…
ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য- কোন জিলাত কিমান মূল্য সবিশেষ
⚫ তেলৰ মূল্যই জ্বলা-কলা খুৱাইছে জনসাধাৰণক
⚫ ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য
⚫ আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ'লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা পৰ্যন্ত বৃদ্ধি পায়
⚫ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ…
দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?
দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব…
আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?
ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি…
আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?
অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান…
বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত
যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত…
CBI, ED ৰ গোচৰৰ পাছতে কিয় মুম্বাই বিমান বন্দৰৰ পৰিচালনা কৰা GVK গ্ৰুপে আদানীৰ লগত সহযোগ কৰিবলৈ…
দেশত এতিয়া বিমান বন্দৰৰ কিনা বেছা চলিছে। যোৱা কিছুদিন পূৰ্বে আদানী গ্রুপক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰ ৫০ বছৰৰ বাবে গটাই দিছিল কেন্দ্ৰীয় চৰকাৰে। সেই সময়তে এটা চর্চা চলিছিল যে অতিশীঘ্ৰে ইতিমধ্যে ব্যক্তিগত কৰণ হোৱা মুম্বাই বিমান…
এইবাৰ বিগবাজাৰো গ’ল আম্বানীৰ হাতলৈ
দেশৰ অৰ্থনীতিত ৰিলায়েন্স গ্ৰুপ অৰ্থাৎ আম্বানী পৰিয়ালৰ দপদপনিক কেন্দ্ৰ কৰি বহু অৰ্থনীতিবিদে একচেতিয়া অধিপত্যৰ অশনি সংকেত দি থকাৰ সময়তে ৰিলায়েন্সে এইবাৰ ক্ৰয় কৰিছে Future Group Business ক। উল্লেখযোগ্য যে এই Future Group Business য়ে আমাৰ…