সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জেললৈ যাব জয়াপ্ৰদা !

অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰিছে।ৰামপুৰৰ এখন বিশেষ আদালতে প্ৰাক্তন সাংসদ গৰাকীৰ বিৰুদ্ধে জাৰি কৰিছে এই নিৰ্দেশ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ বিধি উলংঘা কৰাৰ অপৰাধত…

হাইলাকান্দিৰ গাগলাচেৰা চাহ বাগিচাৰ শ্ৰমিকক বিজেপিৰ সাহায্য

যোৱ‍া ১৫ ডিচেম্বৰত হাইলাকান্দি জিলাৰ গাগলাচেৰা চাহ বাগিচাৰ স্বত্বাধিকাৰ আৰু পৰিচালকে অবৈধ আৰু অনৈতিকভাৱে বাগিচাখন হঠাতে বন্ধ কৰি পলায়ন কৰে ।ফলস্বৰূপে, বাগিচাৰ শ্ৰমিকসকলৰ জীৱন অতি সংকটত পৰিছে। অনাহাৰে -অৰ্ধাহাৰে জীৱন অতিবাহিত কৰিব লগিয়া হৈছে…

এটা চিগাৰেটৰ বাবেই নিৰুদ্দেশ মেৰাপানীৰ ৰঞ্জন

বহিঃৰাজ্যৰ এটা ৰাজহুৱা স্থানত চিগাৰেট হুপি আইন উলংঘা কৰি নিৰুদ্দিষ্ট হৈছে গোলাঘাটৰ মেৰাপানীৰ এজন যুৱক। কৰ্মসূত্ৰে বেংগালুৰুলৈ যোৱা মেৰাপানীৰ ২ নং চৰাইমাৰীৰ ৰঞ্জন গগৈ নামৰ যুৱকজনে যোৱা ৩০ নৱেম্বৰত নিজ গৃহলৈ বুলি ৰে'লযোগে আহিবলৈ উপস্থিত হৈছিল…

যোৰহাটত বেবী ফুটবল লীগ

ফুটবলক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ পৰা ছাত্ৰ -ছাত্ৰী সকল যাতে ফুটবলৰ প্ৰতি অধিক আকৰ্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি FIFA ই ১০ বছৰ পূৰ্বে চিন্তা কৰিছিল আৰু বৰ্তমান ভাৰত বৰ্ষত গ'ল্ডেন বেবী লীগ আৰম্ভ…

বিমুদ্ৰাকৰণ : ৰায় ২ জানুৱাৰীত

দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অহা ২ জানুৱাৰীত বিমুদ্ৰাকৰণ সম্পৰ্কত ইয়াৰ ৰায় ঘোষণা কৰিব।২০১৬ চনত চৰকাৰে বিমুদ্ৰাকৰণ সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত প্ৰায় ৩ ডজনৰো অধিক লোকে আৱেদন দাখিল কৰিছিল ন্যায়ালয়ত।বিগত ৭ ডিচেম্বৰত এই…

নিজে খুঁটি পুতি নিজেই উজুতি খালে বিজেপিয়ে

চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত সষ্টম হৈ পৰিছে।লগে লগে লোককে দেখুৱাই ৰাজস্থান বিজেপিয়ে ৰাজ্যখনত চলাই থকা 'জন আক্ৰোশ যাত্ৰা' ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ কৰাৰ কথা…

‘দুৰ্নীতিমুক্ত’ চৰকাৰৰ নমুনা

দুৰ্নীতিমুক্ত চৰকাৰ বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ দিনত আৰক্ষীয়ে কোনোমতে পেটেভাতে খাই থকা ৰিক্সাচালকৰ পৰাও সংগ্ৰহ কৰে ধন।আৰক্ষীৰ এই ধন সংগ্ৰহৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ মানিকপুৰত ই ৰিক্সা চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ই…

শেষ হ’ব সীমা-সংঘাত !

অসম -অৰুণাচল সীমাবিবাদ সম্পৰ্কত দুয়ো ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।জনতা ভৱনত বুধবাৰে অনুষ্ঠিত এই বৈঠকত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে মন্ত্ৰী অতুল বৰা আৰু অৰুণাচল চৰকাৰক প্ৰতিনিধিত্ব কৰে ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী চ’না…

প্ৰাণ পালে ৰুদ্ৰসিংহ উদ্যানে

শীতৰ লগে লগে ঐতিহাসিক শিৱসাগৰ পৰিদৰ্শনৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটে হাজাৰ-বিজাৰ পৰ্যটকৰ কিয়নো পৰ্যটনৰ অপাৰ সম্ভাৱনাৰে সমৃদ্ধ ঐতিহাসিক চহৰ শিৱসাগৰ।তেনে এক সময়তে জিলাখনৰ পৰ্যটন ক্ষেত্ৰত নৱ সংযোজন ঘটাই আজিৰে পৰা আৰম্ভ কৰা হ'ল ৰুদ্ৰসিংহ…

গ্ৰামীণ জীৱিকা সখীৰ প্ৰতিবাদ !

অসম গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৰ্মৰত সখী আৰু সমল ব্যক্তিসকলৰ মজুৰি বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, TA,DA ৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ কৰে ইয়াৰ কৰ্মীসকলে৷ ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ডিব্ৰুগড় জিলাৰ সখী আৰু সমল…