গণিত দিৱস উদযাপন নগাঁৱত

নগাঁও গ্ৰন্থমেলাত উদযাপিত হ’ল ৰাষ্ট্ৰীয় গণিত দিৱস।ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ২২ ডিচেম্বৰৰ জন্মদিনটো ২০১২ চনৰ পৰাই ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।এইবেলিও নগাঁৱৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত নগাঁও গ্ৰন্থমেলাৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত…

চৰকাৰে ভঙা-পতাৰ খেল খেলিছে নলবাৰীত !

ইতিহাস হ’ব শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়।নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে কৰা হ’ব সংলগ্ন।জাঙুৰ খাই উঠিছে দল সংগঠন।২১টাকৈ সংগঠনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হ’ব নাগৰিক সভা। বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ নলবৰীয়া ৰাইজৰ গৌৰৱৰ প্ৰতীক মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত নলবাৰী অসামৰিক…

চাইনিজ মালৰ দৰেই তাৰ ভেকচিনো !

শেহতীয়াকৈ ক’ভিড পৰিস্থিতি চীনত অত্যন্ত ভয়ংকৰ দিশে গতি কৰিছে।ভাৰত চৰকাৰে চীনৰ শেহতীয়া পৰিস্থিতিক লৈ শংকা ব্যক্ত কৰিছে৷ইতিমধ্যে জনসমাগমত মাস্ক পৰিধান কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তৰফৰ পৰা।এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰই আগবঢ়োৱা প্ৰতিবেদনত প্ৰকাশ পাইছে যে কোনো কাৰণতেই চীনৰ দৰে ভয়াবহ…

মুক্তি পালে ‘বিকিনী কিলাৰ’ শোভৰাজে

চাৰ্লছ শোভৰাজক মনত আছেনে?নেপাল উচ্চতম ন্যায়ালয়ে চাৰ্লছ শোভৰাজৰ জামিন মঞ্জুৰ কৰিছে।ইতিমধ্যে চাৰ্লছ শোভৰাজে তেওঁৰ কাৰাবাসৰ শাস্তিৰ ৭৫% সম্পূৰ্ণ কৰিছে৷তেওঁ কাৰাগাৰত থকা সময়ত ব্যৱহাৰ খুব নম্ৰ আছিল।কাৰগাৰৰ পৰা মুক্তি বিচাৰি এক আৱেদন পত্ৰ প্ৰেৰণ কৰিছিল তেওঁৰ অধিবক্তাই য’ত তেওঁ নেপালৰ জ্যেষ্ঠ…

গোলাঘাটৰ ‘কমাৰগাঁও উল্কাপিণ্ড’ই আনিছে পৃথিৱীৰ সৃষ্টি ৰহস্য

পৃথিৱীৰ জন্ম ৰহস্য কি? পৃথিৱীৰ বয়স কিমান? বিজ্ঞানী সকলে দীৰ্ঘদিন ধৰি এই সন্দৰ্ভত কৰি আহিছে গৱেষণা। বিশ্বৰ মানৱ সমাজো এই সন্দৰ্ভত অতিকৈ উৎসুক।এতিয়া পৃথিৱীৰ জন্ম ৰহস্যৰ সূত্ৰ উলাইছে অসমত।পৃথিৱীৰ জন্ম ৰহস্য আছে গোলাঘাটৰ কমাৰগাঁৱত।বিশ্বত খলকনি লগাইছে ‘কমাৰগাঁও উল্কাপিণ্ড’ই।’কমাৰগাঁও উল্কাপিণ্ড’তে আছে…

ঋণ ঘূৰাই নিদিয়াৰ শীৰ্ষত মেহুল চোক্সী

বিভিন্ন বেংকৰ পৰা ঋণ লৈ ঋণ পৰিশোধ নকৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে পলাতক ব্যৱসায়ী মেহুল চোক্সী মালিকানাধীন গীতাঞ্জলি জেমচ। বৃটেইনলৈ পলাই যোৱা এইগৰাকী ব্যৱসায়ীয়ে বিভিন্ন বেংকক পৰিশোধ কৰিবলৈ আছে ৭,৮৪৮ কোটি টকা। দ্বিতীয় স্থানত আছে এৰা ইনফ্ৰাৰ ৫,৮৭৯ কোটি টকা আৰু…

মাৰোৱাৰী পট্টীত জুই !

কালি নিশা প্ৰায় ১০ বজাত যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ সন্মুখৰ মাৰোৱাৰী পট্টীৰ প্ৰায় দহ বাৰ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান জুইত জাহ যায় ।প্ৰথমে এখন দোকানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত অগ্নিৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হয় আৰু তাৰ পাচত জুই দহ…

মুখ্যমন্ত্ৰীৰ লগত ছাঁৰ দৰে কিয় থাকে তুলিৰাম ৰংহাং?

এজন বিশেষ ব্যক্তি ! আগতে তেওঁক কোনেও চিনি পোৱা নাছিল ! কিন্তু এতিয়া এই মুখ খন সকলোৰে চিনাকি !মুখ্যমন্ত্ৰী য’তেই যায় তাতেই দেখিব এই মানুহজনক !আনকি সৌ সিদিনা অৰুণোদয় ২.২ আঁচনি মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত দিল্লীতো উপস্থিত আছিল মানুহজন !এই…

চিলনী চোৰ এইবাৰ ডিফুত

মঙ্গলবাৰে দুপৰীয়া ডিফু ষ্টেট বেংকৰ এজন গ্ৰাহকৰ পৰা নগদ ২২ লাখ টকা লৈ উধাও হোৱাৰ চেষ্টা কৰিছিল চোৰটোৱে ।আৰক্ষী বিষয়া আৰু স্থানীয় লোকৰ তৎপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল চিলনী চোৰটোক।এই সন্দৰ্ভত ডিফু থানা ত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০( B) /৩৯২…

সুৰা সেৱনত নিষেধাজ্ঞা বনভোজস্থলীত !

তিনিচুকীয়া জিলাৰ বিভিন্ন বনভোজস্থলী/নদীঘাটসমূহ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিবেশৰ ৰক্ষণাবেক্ষণ তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা দণ্ডাধীশ শ্ৰী নৰসিং পৱাৰে সমগ্ৰ জিলাতে তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে। বনভোজস্থলী তথা নদীঘাটসমূহত পৰিবেশ বিনষ্টকাৰী প্লাষ্টিক তথা প্লাষ্টিকজাতীয় সামগ্ৰীৰ…