নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ পৰীক্ষা অনুষ্ঠিত

গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ কিছু পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। দেওবাৰে বন্ধৰ দিনটোত বিদ্যালয়খনত অনুষ্ঠিত হয় বিশেষ পৰীক্ষা।আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুন নিয়ম অনুসৰি এম চি কিউ পৰীক্ষা হ’ব। দেওবাৰে ছাত্ৰ…

‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ত এটা উমাল সন্ধিয়া

”জ্যেষ্ঠসকলে নতুন চামক উৎসাহ দিলেহে নতুনসকলে উত্তৰণৰ দিশে আগুৱাব পাৰে।” গুৱাহাটীৰ উজানবজাৰস্থিত ‘সূৰ্য’ৰ অন্তৰংগ প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া আয়োজিত এক আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ, সমালোচক, সাংবাদিক বিতোপন বৰবৰাই এইদৰে কয়। নবীন লেখিকা মনস্বিনী ৰুণুমী মহন্তৰ প্ৰথম গল্প সংকলন ‘চম্পাৱতীৰ…

‘The Bikini Killer’খ্যাত চাৰ্লছ শোভৰাজৰ ক’লা অধ্যায়ৰ কিছু কাহিনী

দ্য চাৰপেন্ট-দ্য কিলাৰ, দ্য গ্ৰেট এছকেপ-The great escape, দ্য চাৰপেন্ট-The serpent, দ্য হোক- The hawk...চাৰ্লছ শোভৰাজৰ ক'লা অধ্যায়ৰ কিছু কাহিনী

সোঁৱৰণ !! প্ৰথম ছিজনতেই জিলিকিছিল কৌস্তভ কাশ্যপ

দেউতাক প্ৰণৱ বৰুৱা শিল্পী আছিল বাবেই নে কি, তেওঁৰ বেটিঙতো ধৰা দিছিল শিল্পই । কাট, ড্ৰাইভবোৰত থাকে আৰ্ট ! এটা ষ্টাইলল । হওঁতে, কৌস্তভ কাশ্যপ বৰুৱাৰ ( পৃথু ) প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰ বৰ দীঘলীয়া নাছিল । কিন্তু যিমান দিন…

আনন্দময় হ’ল ‘জলময়’ গাঁও !

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহখনি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে । ১৯৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তী সমাৰোহৰ শনিবাৰে প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি তোৰণ উদ্ঘাটন,পতাকা উত্তোলন,স্মৃতি তৰ্পণ,গুৰু শিষ্যৰ মিলন অনুষ্ঠান…

টিভি থাকিলে অৰুণোদয় নাপায় !

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টিভি,ফ্ৰীজ থাকিলে অৰুণোদয় পাব বুলি কৰা ঘোষণাক বৃদ্ধাংগুষ্ঠ দেখুৱালে এগৰাকী ৰাজহ চক্ৰ বিষয়াই ।অপদস্থ কৰিলে এগৰাকী বিধৱা মহিলাক।ওদালগুৰিত অৰুণোদয় ৱাৰ্ড সভাত ৰাজহ বিষয়া নৱদ্বীপ চাংমাইৰ হাতত অপদস্থ হয় এগৰাকী বিধৱা মহিলা।অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিবলৈ…

‘ভাৰত জোড়ো’ত হোৱাটচএপ ত্ৰাস !

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ মূৰৰ কামোৰণিৰ অন্ত পৰা নাই বিজেপিৰ।বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাত বিঘিনি ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে বিজেপিয়ে।চলচ্চিত্ৰৰ গীতৰ পৰা আৰম্ভ কৰি চাভাৰকাৰলৈকে নানানটা বিতৰ্কত সাঙোৰ খুৱাব বিচাৰিছিল ৰাহুল গান্ধীক ৷তথাপিও ৰুদ্ধ নহ’ল…

ভেকচিন দিব কিন্তু ৰিস্ক নিজৰ !

প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয় চৰকাৰলৈ পুনৰ ক’ভিড ভেকচিন বিচাৰি আৱেদন জনাইছে ৰাজ্য চৰকাৰে।মুঠ এক লাখ কভিশ্বিল্ড আৰু ৬০…

ND tv ও আদানিৰ ‘সম্পত্তি’

১৯৮৮ চনত ND tv ৰ শুভাৰম্ভ হৈছিল।সেই সময়ত প্ৰতিষ্ঠাপক প্ৰণয় ৰয়ে বিশ্বাস কৰিছিল যে ভাৰতীয় সংবাদ মাধ্যম বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংবাদমাধ্যম৷কিন্তু উপযুক্ত প্লেটফৰ্মৰ অভাৱত ই সম্প্ৰসাৰণ হোৱা নাই।সেয়ে তেওঁ এখন পৃথক প্লেটফৰ্মৰ কথা ভাবিলে আৰু নাম দিলে ND tv.প্ৰতিষ্ঠাপক হিচাপে…

ভেকচিন বিচাৰি আৰ্জি

অসমে বিচাৰিছে ভেকচিন।জৰুৰীভাৱে অসমে বিচাৰিছে ভেকচিন।১.৬ লাখ ভেকচিন লাগে অসমক।অসমত ভেকচিন আছে মাত্ৰ ২.৫৮ লাখ।প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয়…