দেশ উত্তাল কৰা বিতৰ্কবোৰ

২০২২ বৰ্ষটোত ভাৰতৰ ৰাজনীতিত কেইবাটাও উল্লেখযোগ্য ঘটনা ঘটিল। মহাৰাষ্ট্ৰ,বিহাৰত চৰকাৰৰ পৰিবৰ্তন হ’ল৷মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিধায়কক লৈ একনাথ সিন্দেই গঠন কৰিলে নতুন চৰকাৰ।নতুন চৰকাৰ গঠনত পূৰ্ণ সহযোগিতা আগবঢ়ালে বিজেপিয়ে৷মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় দেৱেন্দ্ৰ…








