নলবাৰীত একাংক নাট প্ৰতিযোগিতা

আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৩৩ সংখ্যক এই নাট প্ৰতিযোগিতা বুধবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই।নলবাৰী নাট্য মন্দিৰত নাট পৰিচালনা সমিতিৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ…









