ক’ত কি হ’ল ক্ৰীড়া জগতত?

প্ৰতিবেদন- কাকলি বৰগোহাঁইৰ ২ টা বছৰ ক’ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাই সমগ্ৰ বিশ্বই নতুন আশা লৈ আকোঁৱালি লৈছিল ২০২২চনক। চাওঁতে চাওঁতে ২০২২ চনেও মেলানি মাগিবলৈ কেইটামান মুৰ্হুত বাকী।আহিছে নতুন এটা বৰ্ষ ২০২৩। ২০২২ চনৰ বিদায়ৰ প্ৰাকক্ষণত দ্য ক্ৰছকাৰেণ্টৰ সমূহ দৰ্শকলৈ…

শনিবাৰৰ শনিয়ে প্ৰাণ কাঢ়িলে মুঠ ১০ জনৰ

গুজৰাটৰ নবসাৰী জিলাত শনিবাৰে পুৱা সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা৷প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ এক অনুষ্ঠানত অংশ লৈ উভতাৰ পথত যাত্ৰীবাহী বাছখন এখন টয়’টা ফৰচুনাৰৰ লগত মুখামুখি সংঘৰ্ষৰ সন্মুখীন হয়৷বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল।৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই…

গ্ৰন্থমেলাত উন্মোচন ‘ছেফটিপিন’

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ‘ছেফটিপিন’ শীৰ্ষক এখন কাব্যগ্ৰন্থ শুকুৰবাৰে উন্মোচন কৰা হয়।গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হৈ থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।উন্মোচকৰ ভাষণত কবি নীলিম কুমাৰে কয়-‘ছেফটিপিন পুৰুষে ব্যৱহাৰ নকৰে।নাৰীয়ে…

কাম নকৰিলেও বিজেপিক ভোট লাগিবই !

ত্ৰিপুৰাত শাসক দল বিজেপিয়ে ইমানেই জনহিতৈষী কাম কৰিলে , এতিয়া সমাৱেশ আৰু সভা পাতিহে জনতাক তাৰ খতিয়ান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এশএবুৰি সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰাবাসীৰ সমস্যা সমাধানৰ পৰিবৰ্তে দল তথা চৰকাৰখন অধিক সময় ব্যস্ত থাকিল ক্ষমতাৰ খোৱা কামোৰ।ত৷বিপ্লৱ দেৱক মুখ্যমন্ত্ৰীত্বৰ পৰা…

স্বাধীনতাৰ স্বপ্ন ব্যৰ্থ হোৱাৰ অলিখিত কাহিনীৰে জিতুমণি বৰাৰ ‘ভেটি’

‘স্বাধীন অসমৰ দাবী নতুন নহয়৷ আলফাৰ পূৰ্বেই অসমত স্বাধীনতাৰ বীজ ৰোপিত হৈছিল৷ স্বাধীনতাৰ প্ৰসংগটো বিতৰ্কিত বিষয় হ’ব পাৰে, কিন্তু ইয়াক নুই কৰিব নোৱাৰি৷’- চানমাৰিৰ ‘অসম গ্ৰন্থমেলা’ৰ জোনাকী প্ৰেক্ষাগৃহত লেখক-সাংবাদিক জিতুমণি বৰাৰ উপন্যাসৰ উন্মোচনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ…

মাকক ‘ছাৰপ্ৰাইজ’ দিব নোৱাৰিলে ঋষভে

মাকক নৱবৰ্ষৰ ছাৰপ্ৰাইজ দিবলৈ গৈছিল ঋষভ পণ্ট।ঘৰ গৈ পাবলৈ ১০ কিলোমিটাৰ থাকোতেই ক্ৰিকেটাৰ ঋষভ পণ্ট ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়।আহত ঋষভ পণ্টক উদ্ধাৰ নকৰি প্ৰত্যক্ষদৰ্শীয়ে সংগ্ৰহ কৰিলে দুৰ্ঘটনাৰ ভিডিঅ’হে।ভস্মীভূত বিলাসী বাহন মাৰ্চিডিজৰ পৰা টকা সংগ্ৰহ কৰাত ব্যস্ত হ’ল স্থানীয় লোক।মৃত্যুৰ…

ক’ত লুকাল সেই উমাল গ্ৰীটিংছ কাৰ্ডবোৰ ?

ক্ৰমাৎ ইতিহাস হোৱাৰ দিশে গ্ৰীটিংছ কাৰ্ড।তাহানিৰ গ্ৰীটংছ কাৰ্ড এতিয়া হ’লগৈ ই-কাৰ্ড।হয়,যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সলনি হৈছে মানুহৰ ৰুচি-অভিৰুচি।ভাল লগা বহু বস্তু সময়ৰ সোঁতত হেৰাই গৈছে। তাৰে এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়।নৱবৰ্ষৰ প্ৰাকক্ষণত নিজৰ আপোনজন বা বন্ধু-বান্ধৱীক নৱবৰ্ষৰ শুভেচ্ছা…

টেলিস্কোপ তাকো পাইপেৰে সজা?

নগঞা জোঁৱাইৰ বিৰল কৃতিত্ব !PVC পাইপেৰে দুদিনতে সাজি উলিয়ালে অত্যাধুনিক টেলিস্কোপ।সুন্দৰকৈ দৃশ্যমান হয় মহাকাশৰ গ্ৰহ-নক্ষত্ৰ।বিজ্ঞান নহয় সংগীতৰ সৈতেহে সম্পৰ্ক তেওঁৰ – তথাপিও চমকপ্ৰদ উদ্ভাৱন।নাম তেওঁৰ ডেৰিক ক’ৰিয়া ।বিগত ১৪ বছৰ ধৰি সংগীতৰ বিশাল ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে তেওঁ ।সংগীতৰ…

বঙহৰ বিৰুদ্ধে বঙহ দেউৰী সমাজত

নৱগঠিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে সৰৱ হৈছে দেউৰী জনতা।ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ চৰকাৰে গঠন কৰা পৰিষদৰ বিৰুদ্ধে সংবাদমেল বিহপুৰীয়া সমষ্টিত।দেউৰী জাতীয় ঐক্য মঞ্চ আৰু সদৌ দেউৰী নাৰী কল্যাণ সমিতিয়ে এই সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হয়।পৰিষদত উত্তৰপাৰৰ…

সোণোৱাল কছাৰী ছাত্ৰ-ছাত্ৰী লৈ জলপানি

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ কাৰ্যসূচী শুকুৰবাৰে অনুষ্ঠিত হয়।উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান প্ৰাপ্ত বৈভৱ সোণোৱাললৈ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা এক লাখ টকা সহ…