অৰ্থনৈতিক মন্দাৱস্থা !

বিশ্বৰ অন্যতম জনপ্ৰিয় অনলাইন মাৰ্কেটিং চাইট এমাজনে ইয়াৰ মুঠ ১৮,০০০ কৰ্মচাৰীক চাটাই কৰিব কোম্পানীটোৰ পৰা।সমগ্ৰ বিশ্বত দেখা দিয়া অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ বাবেই এমাজনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য বুলি এক বাৰ্তা প্ৰেৰণ কৰিছে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছীয়ে।উল্লেখযোগ্য যে…

মুখৰ কথা নালাগে ছাত্ৰ মুক্তিক !

গাঁও সংলগ্ন আৰু কৰ্তন সম্পৰ্কত মৌখিক প্ৰতিশ্ৰুতি নহয়, ২৬ জানুৱাৰীৰ পূৰ্বে চৰকাৰে স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।যোৰহাট জিলাৰ ৩৮ খন গাঁও গোলাঘাটত সংলগ্ন কৰাৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ হুংকাৰ।আজি যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু উত্তৰ…

প্ৰস্ৰাৱ কৰি নিষিদ্ধ যাত্ৰী !

এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বিগত ২০২২ চনৰ ২৬ নবেম্বৰত সংঘটিত হৈছিল এই ঘটনা।এজন সুৰাপায়ী লোকে এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰু যাত্ৰীগৰাকীয়ে এই বিষয়ত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। সেইদিনা বিমানখন আমেৰিকাৰ জন এফ কেনেডী বিমান বন্দৰৰ পৰা নতুন…

ৰাহুল গান্ধী ‘পাপ্পু’ নে ‘ফৰেষ্ট গাম্প’?

৫২ বছৰীয়া এজন উদাসীন ৰাজনীতিক আজি এজন দুৰ্বোধ্য নেতা । কিয় আজি তেওঁ বাতৰিৰ শিৰোনামত? হয়, ৰাহুল গান্ধীৰ কথাই ক’ব বিচৰা হৈছে। ছোনিয়া তনয় ৰাহুল গান্ধী আজি সৰ্বত্ৰ চৰ্চিত। AC ৰুমত বহি ৰিম’ট কন্ট্ৰ’লৰ ৰাজনীতিহে কৰিব পাৰে বুলি অভিযোগ থকা…

বসুন্ধৰাই দিব বাংলাদেশীক সংস্থাপন !

মিছন বসুন্ধৰা আঁচনিত খিলঞ্জীয়া সম্পূৰ্ণভাৱে অসুৰক্ষিত আৰু বাংলাদেশীক সংস্থাপনৰ দিহা কৰিছে চৰকাৰে।এই অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকাৰ।মিছন বসুন্ধৰাৰ জৰিয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰী সকলক ১৪ লাখ বিঘা পিজিআৰ, ভিজিআৰ মাটিত সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে।এফালে উচ্ছেদৰ নাটক ৰচি…

ৰাহুল গান্ধীক প্ৰশংসা RSS ৰ

ভাৰত জোড়ো যাত্ৰাক প্ৰশংসাৰে উপচাই পেলালে আৰএছএছ নেতাই।উত্তৰ প্ৰদেশত ‘ভাৰত জোড়ো যাত্ৰা’ প্ৰৱেশ কৰাৰ লগে লগে সাধাৰণ জনতাক আকৰ্ষণ কৰিব পৰাকৈ ৰাহুল গান্ধীয়ে কৰিছে বিভিন্ন ঘোষণা ৷ইয়াৰ98o ভিতৰত কংগ্ৰেছ ক্ষমতালৈ আহিলে সেনাবাহিনীৰ অগ্নিপথ বাতিল কৰাৰ ঘোষণাটো উল্লেখযোগ্য।কালি এই যাত্ৰাই উত্তৰ…

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা !

ত্ৰিপুৰাৰ গোমটী জিলাত অৱস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ । মঙলবাৰে নিশা দুৰ্বৃত্তই বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ চলায়।চিপিআই(এম) ৰ পৃষ্ঠপোষকতাত এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰিছে বিজেপিয়ে।বিৰোধী দলৰ অভিযোগ যে বিপ্লৱ দেৱৰ পিতৃ হীৰুধন দেৱৰ স্মৃতিত প্ৰতি বছৰে…

পুনৰ শনি লাগিল ‘বন্দে ভাৰত’ত

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে আৰম্ভ কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিছিল বাৰাণসীত৷ইয়াৰ পিছত গুজৰাটত আৰম্ভ কৰা হৈছিল ৩খনকৈ বন্দে ভাৰত এক্সপ্ৰেছ।শেহতীয়াকৈ দেশৰ সপ্তম খন বন্দে ভাৰত এক্সপ্ৰেছৰ…

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস- হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন

বোকাখাত মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে বিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজৰ সমাগমত লোকে-লোকাৰণ্য হৈ পৰে বিদ্যালয় চৌহদ।উল্লেখ্য যে ১৯৬৩…

সীমাতেই লাগিব নেকি কেণা?

উল্লেখ্য যে উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতেই ভোটাৰৰ সংখ্যা নামনি অসমৰ তুলনাত কম৷উজনি অসমত এনে কিছুসংখ্যক সমষ্টি আছে যিবোৰত ভোটাৰৰ সংখ্যা এক লাখৰ আশেপাশে ।তেনে কিছুমান সমষ্টি ক্ৰমে থাওৰা য’ত ভোটাৰৰ সংখ্যা মাত্ৰ ১,১৫,৩৬৪ জন।ঠিক সেইদৰে মৰিয়নী সমষ্টিত ভোটাৰৰ সংখ্যা ১,২৩,৫৬৪…