বেকাজান নাযায় গোলাঘাটলৈ

বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণক লৈ বৰহোলাত ব্যাপক গণ প্ৰতিবাদ।তিতাবৰ মহকুমাৰ বেকাজান গাঁও পঞ্চায়তক গোলাঘাট জিলাক চামিলকৰণক লৈ প্ৰতিবাদী জনতাৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে।বৰহোলা বাগান খেলপথাৰত অগণন ৰাইজ সমবেত হৈ চৰকাৰৰ গণবিৰোধী সিদ্ধান্তক প্ৰতিবাদ জনাইছে।সমবেত জনতাই বৰহোলাৰ ৰাজপথত ব্যাপক প্ৰতিবাদী…









