পাভত চলিব উচ্ছেদ

১০ জানুৱাৰীৰ পৰা আৰম্ভ হব পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান।চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে চলিব এই অভিযান।এইবাৰ লখিমপুৰৰ নাওবৈচাৰ পাভ সংৰক্ষিত বনাঞ্চলত চৰকাৰৰ উচ্ছেদৰ প্ৰস্তুতি।অহা ১০ জানুৱাৰীত আৰম্ভ হ’ব পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান।উচ্ছেদৰ বাবে বঙালমৰা হাইয়াৰ চেকেণ্ডাৰী খেলপথাৰত…









