পাভত চলিব উচ্ছেদ

Share This Article

১০ জানুৱাৰীৰ পৰা আৰম্ভ হব পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান।চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে চলিব এই অভিযান।এইবাৰ লখিমপুৰৰ নাওবৈচাৰ পাভ সংৰক্ষিত বনাঞ্চলত চৰকাৰৰ উচ্ছেদৰ প্ৰস্তুতি।অহা ১০ জানুৱাৰীত আৰম্ভ হ’ব পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান।উচ্ছেদৰ বাবে বঙালমৰা হাইয়াৰ চেকেণ্ডাৰী খেলপথাৰত আৰক্ষীৰ বিশাল প্রস্তুতি।লখিমপুৰ জিলাৰ বন বিভাগৰ সহযোগত লখিমপুৰ জিলা প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান।মুঠ ৫০১ হেক্টৰ বনাঞ্চলৰ ভূমিত এই চ উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.