স্বাস্থ্যকেন্দ্ৰত তলা,দেওবাৰ মানিছে কৰ্মচাৰীয়ে

প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী মহিলা !চিঞৰত গগণ ফালিছে মহিলাগৰাকীয়ে।আত্মীয়ই এম্বুলেন্সত লৈ আনিলে স্বাস্থ্য কেন্দ্ৰলৈ৷কিন্তু স্বাস্থ্য কেন্দ্ৰত ওলমি আছে এটা প্ৰকাণ্ড তলা।নিৰুপায় আত্মীয় !কাৰো হাতলৈ-মুখলৈ চোৱাৰ সময় নাই৷লগত অহা আশাকৰ্মীয়ে সহায় কৰিলে মহিলাগৰাকীক ।সন্তান জন্মও হ’ল কিন্তু ২০ মিনিট পিছতে…

পানেৰীৰ বেটাৰ লাইফ মেডিকেল চেণ্টাৰৰ আদৰণীয় পদক্ষেপ

ওদালগুৰিৰ পানেৰীস্থিত বেটাৰ লাইফ মেডিকেল চেণ্টাৰে দৰিদ্ৰ লোকসকলক সু-স্বাস্থ্য প্ৰদানৰ উদ্দেশ্যেৰে কেইবাটাও নতুন সেৱা আগবঢ়াইছে। ভেৰগাঁও, টংলাৰ বিভিন্ন অঞ্চলকে ধৰি জিলাখনৰ বহুতো পিছপৰা গাঁও তথা আৰ্থিকভাৱে পিছপৰা লোকসকলে ধনৰ অভাৱত বিভিন্ন ৰোগত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঘৰতে সোমাই থাকে।ফলশ্ৰুতিত সেই ৰোগবিধে…

৯৭ কোটিৰে ‘ঢোল পিটিলে’ আপে !

আপৰ পৰা ৯৭ কোটি টকা লাগে দিল্লীৰ ৰাজ্যপালক ! কিন্তু কিয়?ক’ত ব্যয় কৰিলে আপে? হিচাপ লাগে বিনয় কুমাৰ চাক্সেনাক !দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনাই বিচাৰিছে এই ধনৰ হিচাপ।মুখ্য সচিব নৰেশ কুমাৰক এই ধন উভতাই ল’বলৈ নিৰ্দেশ দিছে ৰাজ্যপালে।অৰবিন্দ কেজৰিৱাল…

সমগ্ৰ কেবিনেটকেই নৰূপ দিব শীঘ্ৰেই,কিন্তু ক’ত?

মধ্য প্ৰদেশতো গুজৰাটৰ দৰেই একে পন্থা ল’ব বিজেপিয়ে।প্ৰতিষ্ঠান বিৰোধী ঢৌৱে স্পৰ্শই কৰিব নোৱাৰিব শাসনাধিষ্ঠিত চৰকাৰক ।হয়,এনে পন্থাই ল’ব বিজেপিয়ে৷ইতিমধ্যে ২০২৩ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যবোৰত গুজৰাটৰ ৰণকৌশলকেই গ্ৰহণ কৰিব বিচাৰিছে বিজেপিয়ে।জনতাক ব্যস্ত ৰাখিব বেলেগ ইছ্যুত।জনতাই পাহৰি যাব মূল সমস্যাবোৰ৷তাৰবাবে…

শিৱসাগৰত উচ্ছেদ

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰি আলিত থকা শিৱসাগৰ নগৰ ৰেল ষ্টেচনৰ ভূমি অবৈধ ভাবে দখল কৰি থকা দুটা পৰিয়ালক আজি ৰেল বিভাগে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰে।বাৰম্বাৰ জাননী প্ৰদান কৰাৰ পাছতো বেদখলকাৰী পৰিয়াল দুটাই ভূমি এৰি নিদিয়াত আজি বল প্ৰয়োগ…

নুমলীগড়ত সদৌ অসম আমন্ত্রণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’

নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত আয়োজিত সদৌ অসম আমন্ত্রণমূলক সপ্ত ছহিদ সোঁৱৰণী ষষ্ঠ বার্ষিক একাংক নাটক প্রতিযোগিতাত ৰাজ্যখনৰ ১৪ টা দলে যোগদান নিশ্চিত কৰিছে । ইতিমধ্যে আয়োজক সমিতিয়ে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অহা ২৮ ডিচেম্বৰত…

‘ৰসগোল্লা’টোহে সৰু আছিল !

জোৰোণৰ বস্তু কেইপদক লৈ সুখী নহয় কইনাঘৰীয়া ! যৌতুকৰ সম্পদক লৈ অসুখী দৰাঘৰ ! ৰাইজে জিভা টপালি ছাগলী মাংসৰে বিয়াখন খালে কিন্তু তাৰ পিছত অভিযোগ গোল্লাটোহে মাত্ৰ সৰু আছিল ! বিয়া পাতি কইনাৰ দেউতাক দেউলীয়া হোৱাও দেখা যায়।মাছে-মঙহে খুৱাই দৰাও…

কি আৰু সাহিত্য কৰিব,দৰমহাই নাই !

“প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে অসম সাহিত্য সভাৰ সভাপতিয়ে”-এই অভিযোগ অসম সাহিত্য সভা কল্যাণ পৰিষদৰ ।দুমাহৰ দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল অসম সাহিত্য সভাৰ সভাপতিয়ে কিন্তু পিছে দিব নোৱাৰিলে কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি।পুনৰ অসম সাহিত্য সভা কল্যাণ সমিতিৰ প্ৰতিবাদ অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কাৰ্যসূচী…

বিজেপিত এলাগী,ভজন গাই সময় কটাইছে জ্যেষ্ঠ নেতাই !

কৈলাস বিজয়ভাৰ্গিয়ক মনত আছেনে?গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ কৈলাস ভাৰ্গিয় এতিয়া ক’ত? কিয় নিঃসঙ্গ হৈ পৰিল বিজয়ভাৰ্গিয়?হয়,পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বত আছিল কৈলাস বিজয়ভাৰ্গিয়।মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক হৰুৱাবলৈকে বিজেপিয়ে এসময়ত নিয়োগ কৰিছিল বিজয়ভাৰ্গিয়ক।কিন্তু সেই জ্যেষ্ঠ সক্ৰিয় নেতাজন দলত এতিয়া এলাগী।নিজৰ ৰাজ্য…

বলধৰ পৰা গাখীৰ ?

গাখীৰ ওলাল বলধৰ পৰা !গাই গৰু নহয়,বলধৰ পৰা গাখীৰ ওলাল গুজৰাটত !কিন্তু কেনেকৈ সম্ভৱ হ’ল এই অসম্ভৱ?গুজৰাট বিধানসভাৰ নিৰ্বাচনত ওলাল বলধৰ পৰা গাখীৰ !এই দাবী কৰিছে আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে।বিগত ৮ ডিচেম্বৰত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ…