হিলচ্ পিপলচ্ ফ’ৰামৰ সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন

কাৰ্বি আংলং জিলাৰ ২৫ টা জাতি জনগোষ্ঠীৰ ঐক্যমঞ্চ হিলচ্ পিপলচ্ ফ’ৰামৰ শুকুৰবাৰে সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় লাংৱুকু পৰ্যটনস্থলীত । হিলচ্ পিপলচ্ ফৰামৰ সভাপতি লাইচান ইংলেঙে পৰিচালনা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য…

চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ ৰহস্য ফাদিল

বিগত ৪ ছেপ্তেম্বৰত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ এগৰাকী বিশিষ্ট উদ্যোগী চাইৰাছ মিস্ত্ৰীয়ে।টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ লগত সেইদিনা দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁৰ সহযাত্ৰী জাহাংগীৰ পাণ্ডলেৰ। উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা মিস্ত্ৰীৰ গাড়ীখন চলাইছিল এগৰাকী চিকিৎসকে৷মুম্বাইৰ প্ৰতিষ্ঠিত চিকিৎসক…

ওদালগুৰি জিলা উপায়ুক্তক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰকপত্ৰ প্ৰদান।

ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ ওদালগুৰি পৌৰসভাই অত্যধিক হাৰত সংগ্ৰহ কৰি থকা পৌৰ সম্পত্তি কৰ আদায় বন্ধ কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।ওদালগুৰি…

হাজো-নলবাৰী পথ অৱৰোধ

হাজো-নলবাৰী পথ বহল কৰাৰ দাবীৰে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে ।হাজো – নলবাৰী পথৰ বৰকুৰিহাত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ স্থানত পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।উল্লেখ্য যে নলবাৰীৰ বৰকুৰিহাৰ মাজেৰে যোৱা হাজো নলবাৰী পথত আছে এটি বৃহৎ…

ডিফুবাসীয়ে ঘেৰাও কৰিলে ৰে’লৰ মাণ্ডলিক কাৰ্যালয়

লামডিং ৰেলৱে মাণ্ডলিক কাৰ্যালয় শুকুৰবাৰে ঘেৰাও কৰে ডিফুৰ প্ৰায় পাঁচ শতাধিক ৰাইজে।লামডিং ৰেল বিভাগে ডিফুত উচ্ছেদ অভিযান চলোৱাৰ বাবে জাননী প্ৰেৰণ কৰাক লৈ আজিৰ এই ঘেৰাও কাৰ্য্যসূচী।জানিব পৰা মতে ডিফুৰ ৰেলৱে এলেকাত প্ৰায় ৪০ ৫০বছৰ ধৰি বসবাস কৰা প্ৰায় হাজাৰ…

কিস্তিৰ সলনি ঢালিলে গৰম তেল !

ঋণৰ কিস্তি আনিবলৈ গৈ বিপদত প্ৰবন্ধক ।ঋণৰ কিস্তিৰ সলনি ঢালিলে এক কেৰাহী গৰম তেল ।গুৰুতৰভাৱে আহত প্ৰবন্ধক পালেগৈ হস্পিতাল।ৰাজস্থানৰ ঝুনিঝুনুত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ঋণৰ কিস্তি দিব নোৱাৰি গ্ৰাহকে সংগ্ৰাহকৰ গাত মাৰি দিলে এক কেৰাহী গৰম তেল।ঘটনাটোত গুৰুতৰভাৱে আহত…

এটা ‘বিশেষ’ ঘৰ কিন্তু কিয় ‘বিশেষ’ ?

এটা ঘৰ !এটা অবিশ্বাস্য ঘৰ !ঘৰটোত আছে ১০ টা কোঠা !ঘৰটোৰ ৪ টা কোঠা তেলেংগানাত,৪ টা কোঠা মহাৰাষ্ট্ৰত ।শোৱনি কোঠা মহাৰাষ্ট্ৰত কিন্তু পাকঘৰ আছে তেলেংগানাত ।দুয়োখন ৰাজ্যতে কৰ দিয়ে ঘৰটোৰ গৰাকীয়ে ১৩ জন সদস্যৰ এটা পৰিয়াল।পাৱাৰ পৰিয়ালৰ আনন্দ অপাৰ।তেওঁলোকৰ নিচিনা…

ৰামপুৰত কিয় নুমাল সমাজবাদীৰ চাকি?

উত্তৰ প্ৰদেশৰ বাণিজ্যিক নগৰী ৰামপুৰ পিছলৈ ‘ৰামপুৰী চাকু’ হিচাপে খ্যাত হৈ পৰিছিল।অঞ্চলটোত বলিউডী কায়দাৰে চলিছিল সকলো কাম কাজ।’ৰামপুৰ চাকু’ শেহতীয়াকৈ চৰ্চালৈ আহিছে।ৰামপুৰ চাকু এতিয়া চুৰীৰ বাবে নহয়,নহয় ৰামপুৰৰ ৰাজা লাইব্ৰেৰীৰ বাবে অথবা প্ৰচীন শিলালিপিৰ বাবেও নহয়,ই বিখ্যাত হৈ পৰিছে সমাজবাদী…

দেৰগাঁৱৰ গ্ৰন্থ বাণিজ্য মেলালৈ ৰাইজৰ সহাঁৰি

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰৰা দেৰগাঁৱৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাই ব্যাপক সহাঁৰি লাভ কৰিছে৷ মেলাখনিত থকা প্ৰয়াস গ্ৰন্থ যাত্ৰাৰ বিপনীত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনে গ্ৰন্থ ক্ৰয় কৰিছে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ…

অসম গ্ৰন্থমেলা,গুৱাহাটীৰ লাইখুঁটা স্থাপন

ধেমাজি , নলবাৰী আৰু যোৰহাটত সফল সমাপ্তিৰ পাছত এইবাৰ প্ৰস্তুতি চলিছে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত যৌথভাৱে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি লাইখুঁটা…