‘অতচ্ছে দিন’ত প্ৰায় ২ কোটিয়ে এৰিলে দেশ

চলিত বৰ্ষত প্ৰায় ২কোটি লোকে দেশ ত্যাগ কৰিছে ।ভাৰতত সংস্থাপন নাই সেয়ে দেশ ত্যাগ কৰা লোকৰ লানি লাগিছে।কিন্তু কিয় বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ সংখ্যা?দেশ এৰা ভাৰতীয়ৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দেশত।চলিত বৰ্ষত ১৩৭% বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ…

মনে ন্যায় পাবনে?

মনৰ ভুক্তভোগীয়ে ন্যায় নাপায় ! নিৰীহক হত্যা কৰিও কৰি আছে চাকৰি ।চৰকাৰে দিছে তদন্তত বাধা নাগালেণ্ডৰ মন জিলাৰ ঘটনাটো মনত আছেনে?নাগালেণ্ডৰ মন জিলাত সাধাৰণ জনতাৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল।উক্ত ঘটনাত ১৩জন নিৰীহে প্ৰাণ হেৰুৱাইছিল।কাম কৰি…

অনিল দেশমুখৰ জামিন মঞ্জুৰ

প্ৰাক্তন গৃহমন্ত্ৰী তথা এনচিপিৰ নেতা অনিল দেশমুখক আজি জামিন প্ৰদান কৰে বম্বে উচ্চ ন্যায়ালয়ে।সোমবাৰে জামিন লাভ কৰিছে গৃহমন্ত্ৰী অনিল দেশমুখে।দেশমুখ অৱশ্যে এতিয়াও কাৰাগাৰৰ ভিতৰতে আছে ।চিবিআয়ে দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত কৰিছিল৷বম্বে উচ্চ ন্যায়ালয়ৰ এই জামিনক প্ৰত্যাহ্বান জনাবলৈ আৰু ১০ দিন…

বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছী

উচতনি দি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা। মোডীৰ ‘হত্যা’ইহে কৰিব গণতন্ত্ৰ প্ৰতিষ্ঠা।এই অভিযোগ কৰা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গ্ৰেপ্তাৰ।মধ্য প্ৰদেশৰ কংগ্ৰেছ নেতা ৰাজা পাটেৰিয়াক গ্ৰেপ্তাৰ৷আজি পুৱা গ্ৰেপ্তাৰ কৰে পাটেৰিয়াক।মধ্য প্ৰদেশৰ এই গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ভাষ্যই লগাইছে তোলপাৰ ।ৰাজা পাটেৰিয়া নামৰ জ্যেষ্ঠ কংগ্ৰেছী…

আইতাক আৰু  দুই হাত ওপৰলৈ তোলা মেছি !

এটা ষ্টীল কাৰখানাৰ মেনেজাৰ জৰ্জে আৰু  এটা চুম্বক নিৰ্মাণ কাৰখানাৰ কৰ্মচাৰী চিলিয়াৰ মোটামুটী সুখী পৰিয়াল । ল’ৰা-ছোৱালী চাৰিটা । সৰু চহৰ ৰোজাৰিওৰ ওচৰ চুবুৰীয়াৰ সমনীয়াক দেখি  জৰ্জেহঁতৰ সন্তানেও ফুটবল খেলিবলৈ লয় । জৰ্জে হ’ল ইটালিয়ান-স্পেনিছ মূলৰ । চিলিয়া ইটালিয়ান ।…

এমবাপে নহয়, পাৰ্থক্যৰ ৰেখা আঁকিলে গ্ৰিজমেনে !

ফৰাচী ফৰৱাৰ্ড কিলিয়ান এমবাপেক ইংলেণ্ডে কেনেকৈ প্ৰতিহত কৰিব, তাক লৈ বেছ আলোচনা হৈছিল । কিয়নো যোৱাবাৰৰ বিজয়ী দলটোৰ তেওঁ আছিল প্ৰধান অস্ত্ৰ । পাঁচটাকৈ গ’ল দি সেই তালিকাত তেৱেঁই শীৰ্ষত আছে । গতিকে স্বাভাৱিকতে তেওঁক লৈ আলোচনা হ’বই । কিন্তু…

হাৰিল অথচ সুখী কেজৰিৱাল কিন্তু কিয়?

৮ ডিচেম্বৰৰ দিনটোতেই গুজৰাটৰ পৰা আহিল বিজেপি লৈ ভাল খবৰ !খবৰো খবৰ,একেবাৰে কল্পনাতীত খবৰ !১৮২ খন আসনৰ ১৫৬ খনতেই জয়ী হ’ল বিজেপি  !অভাৱনীয়,অকল্পনীয়,অভূতপূৰ্ব,অবিশ্বাস্য এই ফলাফল !বিৰোধীক যেনেকৈ এই ফলাফলে স্তম্ভিত কৰিছে,তেনেকৈ স্তম্ভিত কৰিছে বিজেপিকো !একেলেথাৰিয়ে ২৭ বছৰ শাসনত থকাৰ পিছত…

মেনেজাৰক লগত ৰাখি পুনৰ বিতৰ্কত ৰ’ণাল্ডো

ব্যক্তিগত মেনেজাৰ ৰখাক লৈ বিতৰ্কত পৰ্টুগালৰ তাৰকা খেলুৱৈগৰাকী।কাটাৰ বিশ্বকাপ ফুটবলত ব্যক্তিগত মেনেজাৰ ৰাখিছে ৰ’নাল্ডোৱে।মেনেজাৰ ৰিকি ৰেগুফেকক লগত ৰখাক লৈ দলত অসন্তুষ্টি। মঙলবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ মেচখনত ৰ’নাল্ডোক প্ৰশিক্ষক ফাৰ্ণাণ্ডো ছাণ্টোচে প্ৰথম একাদশত স্থান নিদি ৭৩ মিনিটতহে মেচত অৱতীৰ্ণ কৰায়।ইয়াকে…

আটক হোৱা নাছিল গল্ডী ব্ৰাৰ !

পঞ্জাবৰ মুখ্যমন্ত্ৰী মিছলীয়া।পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মিছা মাতিছে।এই অভিযোগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলৰ।আকালি দলৰ নেত্ৰী হৰচিমৰত কৌৰে বৰ্তমানৰ আপ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে পঞ্জাবত উন্নয়ন একেবাৰে স্তব্ধ হৈ পৰিছে ৷ৰাজ্যখনত ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।হৰচিমৰতে…