আম্বানীৰ বাবেই বন্ধ হ’ব চিৰিয়াখানা?

পুনৰ বহিঃ ৰাজ্যলৈ ৰপ্তানি হ’ল গুৱাহাটী চিৰিয়াখানাৰ জীৱ-জন্তু । গুজৰাটৰ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ ৰপ্তানি হৈছে অসমৰ চিৰিয়াখানাৰ বহু জীৱ-জন্তু। কিন্তু সেই ধৰণে জীৱ-জন্তু আমদানি হোৱা নাই অসমৰ চিৰিয়াখানালৈ। আমি পূৰ্বেও দেখুৱাইছিলো যে কিদৰে নিশা বিমানেৰে ৰপ্তানি কৰা হৈছিল গুৱাহাটী চিৰিয়াখানাৰ…

ঐ ৰাম দীপাংক নাথৰ বিয়াহে…

আছু ত্যাগ সভাপতিৰ ব্যক্তিগত কাৰণত আছু ত্যাগৰ সিন্ধান্ত দীপাংক নাথৰ কিন্তু হঠাৎ কিয় ত্যাগ কৰিলে আছু? আছুৰ সভাপতি দীপাংকৰ নাথে আজি সংগঠনটোৰ পৰা অব্যাহতি লয়৷সম্পূৰ্ণ ব্যক্তিগত কাৰণত অব্যাহতি লোৱা বুলি জনাই সভাপতিগৰাকীয়ে৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অহা ১৫…

বিশ্বকাপ ফুটবল: একনায়কত্ববাদী চৰকাৰ আৰু ফিফাৰ বিতৰ্কিত ইতিহাস।

নক-আউট পৰ্যায়ত প্ৰৱেশৰ লগে লগে চলিত বিশ্ৱ কাপ ফুটবল প্ৰতিযোগিতাই নতুন গতি লাভ কৰিছে । সমান্তৰালভাৱে আন এখন যুঁজো ক্ৰমশঃ জমি উঠিবলৈ আগবাঢ়িছে । সেইয়া হৈছে সৰ্বাধিক গ’লদাতা হোৱাৰ যুঁজ । এইখন ক্ষেত্ৰত সদ্যহতে আগবাঢ়ি আছে ফ্ৰান্সৰ ফৰৱাৰ্ড কিলিয়ান এমবাপে…

প্ৰধানমন্ত্ৰীয়ে ফোন কৰা কৃপাল পাৰমাৰৰ কি হ’ল ?

কৃপাল পাৰমাৰক মনত আছেনে?কিমান ভোট পালে পাৰমাৰে? কৃপাল পাৰমাৰে হেৰুৱাব আমানতৰ ধন ! ফতেহপুৰতেই বিজেপিৰ লাগিল কেণা !হিমাচল প্ৰদেশৰ ফতেহপুৰ আসনখনক লৈ হৈছে তয়াময়া যুঁজ।এই যুঁজ বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত।ভৱানী সিং পাঠানীয়াই লাভ কৰিছে ১৪ হাজাৰ ভোট, আৰু তেওঁ…

হাত-ঝাড়ু বাদ,পদুমতেই বিশ্বাস

গুজৰাটত শোচনীয় পৰাজয় আপৰ।দলটোৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰেই মুখ থেকেঁচা গুজৰাটত।প্ৰাৰ্থী নিৰ্বাচনত ভুল হ’ল নেকি আপৰ? যাৰ ওপৰত ভৰষা,তেওঁলোকেই খালে মুখথেকেঁচা গাডভী,ইটালীয়াৰ শোচনীয় পৰাজয় গুজৰাটত।সৌ সিদিনালৈকে গুজৰাটত চমৎকাৰ হ’ব বুলি দাবী কৰা আপৰ অৱস্থা আজি দুয়োখন ৰাজ্যতে তথৈবচ।হিমাচল প্ৰদেশত খাটাই খুলিব নোৱাৰিলে…

‘মোৰ মনত ভেদ ভাৱ নাই অ আল্লা…’

শিৱসাগৰ মেটেকাৰ এটি মুছলমান পৰিয়ালে দেখুওৱালে সম্প্ৰীতিৰ নিদৰ্শন।খলিলুৰ ৰহমান হাজৰিকাই শিৱসাগৰ মেটেকা সেউজ নগৰত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়ালে ভূমি।শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক হিচাপেও দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান দিয়াত সন্তোষ…

পদুম দলিয়াই ‘হাত’ত ধৰিলে হিমাচলীয়ে

হিমাচল প্ৰদেশত কংগ্ৰেছ দলে ৩৯ খনৰো অধিক আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে।নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কংগ্ৰেছ যেন দুঃস্বপ্নৰ পৰা মুক্ত হ’ব পৰা নাই।ইতিমধ্যে ছত্তীশগড়ত ৰিজৰ্টৰ ৫০ খন আসন বুক কৰিছে কংগ্ৰেছে।সকলো জয়ী প্ৰাৰ্থীক কংগ্ৰেছ শাসিত ৰাজ্যৰ…

ঝাড়ুৱে সাৰি পেলালে ‘শুকান পদুম’ক

আপৰ ঝাড়ুত নিঃশেষ বিজেপি ৷ বিজেপিৰ ঘৃণাৰ ৰাজনীতি প্ৰত্যাখ্যান দিল্লীবাসীৰ৷ আপৰ দখলত দিল্লী পৌৰ নিগম নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে আপে দখল কৰিলে দিল্লীৰ পৌৰ নিগম ৷মুঠ ২৫০ টা ৱাৰ্ড। যুজঁখন হৈ পৰিছিল ভয়ংকৰ। প্ৰায় ১৫ টাকৈ বছৰ দিল্লীৰ দখলত থকা দিল্লী পৌৰ…

ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা

দুখীয়া-দৰিদ্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি অটল অমৃত যোজনা। এই যোজনাৰ অধীনত দুখীয়া-দৰিদ্ৰক প্ৰদান কৰা হয় বিনামূলীয়া চিকিৎসা। কিন্তু অচল এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনি। অটল অমৃত যোজনা কাৰ্ডৰ অধীনত কৰ্কট ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ…

“মামা,আমাক খেলিবলৈ দিয়ক !”

উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ একাংশ কণ কণ ছাত্ৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ জনালে বিশেষ আহ্বান ।উৰিয়াগাঁও বাইপাছ চ’কৰ কাষৰ চৰকাৰী ভূমি বহিৰাগত বণিক গোষ্ঠীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে উৰিয়াগাঁৱত AJYCPৰ আমৰণ অনশন চলি থকাৰ সময়তে উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ৰ ছাত্ৰীসকলে…