দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত…

দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত !

ফুটবলৰ ৰাজকুমাৰ। লিঅ’নেল মেছী এক আবেগৰ নাম। লিঅ’নেল মেছী কোটি কোটি অনুৰাগীৰ হৃদয়ৰ নাম। ধমনীয়ে ধমনীয়ে শিহৰণ তোলা এটি নাম লিঅ’নেল মেছী। যাৰ দুভৰিৰ ছন্দত হৃদস্পন্দন বাঢ়ে মানুহৰ। আৰ্জেন্টিনাৰ লিঅ’নেল মেছীক লৈ কোন আবেগিক নহয়? লেটিন আমেৰিকাৰ পৰা ভাৰতলৈ। এক…

খাৰ্গেই হ’ব বিৰোধী দলপতি

বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই অহা ৰাজ্যসভা অধিৱেশনত বিৰোধী দলপতি পদতো থাকিব ৷উল্লেখ্য যে সভাপতি নিৰ্বাচনৰ সময়ত এই পদ ত্যাগ কৰিছিল খাৰ্গেই৷অৱশ্যে খাৰ্গেৰ ইস্তফা পত্ৰ সম্পৰ্কত বৰ্তমানেও কোনো সিন্ধান্ত নাই লোৱা কংগ্ৰেছে৷ “কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই ৰাজ্যসভাত বিৰোধী দলপতিৰ…

বিবাহথলীতে মৃত্যু কইনাৰ

বৰমালা পিন্ধায়েই মৃত্যুক সাৱটিলে কইনাই ৷হয়,দৰাক মালা পিন্ধাই বাগৰি পৰিল কইনা ৷লক্ষ্ণৌৰ মলিহাবাদৰ ভাদৱানা জিলাত সংঘটিত এই ঘটনা ৷কইনাৰ নাম শিৱাংগী৷ভাদৱানা জিলাৰ ৰাজপল যাদৱৰ কন্যা শিৱাংগী ৷শনিবাৰে শিৱাংগীৰ বিবাহ কাৰ্য চলি থকাৰ সময়ত জয়মালা পিন্ধোৱাৰ পৰ্ব চলি থাকোতেই দৰাৰ ডিঙিত…

বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত 

গুৱাহাটী চিটী হেল্থ ক্লিনিক এণ্ড ডায়গনষ্টিক চেণ্টাৰৰ উদ্যোগত কাইলৈ  অৰ্থাৎ দেওবাৰে এক বিনামূলীয়া স্বাস্থ্যশিবিৰ অনুষ্ঠিত হ’ব।সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়া কৰা হ’ব ।কাহিলিপাৰাৰ জয়া শৰ্মা মেডিক’জত অনুষ্ঠিত হ’ব এই স্বাস্থ্য শিবিৰ। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব এই স্বাস্থ্য শিবিৰ। শিবিৰত…

ভংগ হ’বই বংগ ?

স্বাধীনোত্তৰ ভাৰতত বিজেপিয়ে আৰম্ভ কৰিছে ডিভাইড এণ্ড ৰুল পলিচী । বংগ বিভাজনেৰে আৰম্ভ কৰিব নতুন ৰাজ্য গঠনৰ প্ৰক্ৰিয়া৷ দিল্লীত নিগাজিকৈ বাহৰ পাতিছে KPPৰ নেতৃত্বই ।অসমৰ কোন কোন জিলা অন্তৰ্ভুক্ত হ’ব কমতাপুৰ ৰাজ্যত?আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বংগ ভংগ অভিযান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে…

আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

এআইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কৰা মন্তব্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ।ৰাজ্যৰ ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ধিক্কাৰ জনোৱাৰ লগতে বিভিন্ন প্ৰতিক্ৰিয়া ও ব্যক্ত কৰিছে । অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক…

মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই

বিগত ২০ বছৰত কোনো দিনেই প্ৰধানমন্ত্ৰী মোডী ইমান ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল।কিন্তু ২০২২ চনৰ কথা একেবাৰে সুকীয়া।গুজৰাট নিৰ্বাচনত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোডী।অহা ৮ ডিচেম্বৰত ফলাফল ঘোষণা হ’ব গুজৰাটৰ।এই ফলাফলৰ ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰিব ২০২৪ চনৰ লোকসভা…

পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় !

বিশাল উন্মোচনী সভা পাতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ।ভাষণত লখিমপুৰবাসীক দিলে উন্নত চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি।কিন্তু মুকলিৰ এটা বছৰ নৌহওঁতেই ইটোৰ পাছত সিটো অথন্তৰ বেমেজালিৰে আগুৰি ধৰিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়।চিকিৎসালয়খনৰ চাঁদ খহি পৰাৰ পৰা আৰম্ভ কৰি…

ছাত্ৰ নেতাৰ দেহাৱসান

কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবিৰ দেহাৱসান । সমগ্ৰ কাৰ্বি আংলংত শোকৰ ছাঁ।পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে এক দুঃখবৰ ! আজি পুৱাৰ ভাগত কাৰ্বি আংলঙবাসীক শোকৰ সাগৰত পেলাই অন্তিম বিদায় ললে অবিভাজিত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ…