এটা বছৰ হিয়া ঢাকুৰিলে অনিমেষৰ মাতৃয়ে,কিন্তু …

গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হ’ল আজি। আজিৰ দিনটোতেই এদল জিঘাংসুৰ হাতত প্ৰাণ হেৰুৱাইছিল অনিমেষ ভূঞাই ।সেই দিনটো আছিল ২০২১ চনৰ ২৯ নবেম্বৰ।সম্পূৰ্ণ এটা বছৰ পাৰ হৈ গ’ল। কিন্ত আজিও ন্যায় নাপালে আনিমেষ ভূঞা নামৰ এজন দুৰ্ভগীয়া যুৱকে।…

অমৃত সৰোবৰৰ নামত ‘বিহ’ ঢালিলে দখলকাৰীৰ ঘৰত !

তিতাবৰত অমৃত সৰোবৰ পুখুৰী খন্দাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷৮৪ নং মেলামাটি গাঁও পঞ্চায়তৰ ডফলাটিং গাঁৱত পুখুৰী খন্দাৰ বাবে ভূমি এৰি দিবলৈ অস্বীকাৰ দখলকাৰীৰ৷প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত৷পঞ্চায়তখনত অমৃত সৰোবৰ খান্দিবলৈ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ভূমি…

২০২৩ ত বিপদত ভাৰত !

২০২৩ চনটো ভাৰতৰ বাবে হয়তো চিন্তা আৰু উদ্বেগৰ বৰ্ষ হ’ব।কিয়নো চীন বৰ্তমান আমেৰিকাৰ ওপৰত ক্ষুদ্ধ৷কিন্তু আমেৰিকাক বলে নোৱাৰা শিল বুলি ভাৱে চীনে৷সেয়ে যুদ্ধ তথা আক্ৰমণপিপাসু চীনে হয়তো হিমালয়ৰ পাদ দেশবোৰলৈ চকু দিব অতি শীঘ্ৰে।আমেৰিকা আৰু চীন -দুয়োখন দেশৰ মাজত কোন…

প্ৰধানমন্ত্ৰী মোডীৰ পক্ষত নাই মাছমৰীয়া

গুজৰাটৰ নিৰ্বাচনত মাছমৰীয়া সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।অহা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন।কিন্তু নিৰ্বাচনক লৈ অলপো উৎসাহী নহয় মাছমৰীয়া সকল।ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি শুনি আমনি লাগিছে তেওঁলোকৰ।প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়ে ৰাজনীতিকে।কিন্তু বাস্তৱত তাৰ এটা প্ৰতিশ্ৰুতিও…

ধৰ্ম সলালে হেৰুৱাব জনজাতিৰ মৰ্যাদা !

গুৱাহাটী প্ৰেছ ক্লাৱত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ সংবাদমেল । জনজাতি সকলৰ ধৰ্ম,পৰম্পৰা,ৰীতি-নীতি,সংস্কৃতি সুৰক্ষা কৰাৰ স্বাৰ্থত সংবাদমেল।সংবিধানৰ ৩৪২ ধাৰাত সৰু ক্ৰুটি ৰৈ যোৱাৰ বাবেই জনজাতীয় লোকৰ মাজত ধৰ্মান্তৰকৰণ বন্ধ নোহোৱাৰ অভিযোগ তুলিছে জনজাতি ধৰ্ম সুৰক্ষা মঞ্চ, অসমে।এই ধাৰা সংশোধন…

চুপাৰীত লাগিব S O P

শীঘ্ৰেই বৰাকৰ থলুৱা চুপাৰীৰ এছঅ’পি ঘোষণা হ’ব – এই কথা সদৰী কৰিলে বিধায়ক সুজামুদ্দিন লস্কৰে। খুব কম দিনৰ ভিতৰতে বৰাকৰ থলুৱা চুপাৰী বহিঃ ৰাজ্যলৈ সৰবৰাহ হ’ব । চৰকাৰে এই বিষয়ে এছঅ’পি প্ৰস্তুত কৰিছে । অহা দুই এদিনৰ ভিতৰত ওলাব নতুন…

বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !

এইবাৰ অসম আৰক্ষীৰ আলহী হ’ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী। এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ । শুকুৰ আলী নামিছে এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত । ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী৷ এইগৰাকী শুকুৰ আলীক…

ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ !

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা আহিব নোৱাৰিব ভাৰতলৈ ! কাঢ়ি ল’লে পাছপোৰ্ট সামাজিক মাধ্যমত লিখি বিপদত চলচ্চিত্ৰ নিৰ্মাতা গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে৷ ‘এ…

প্ৰথম জন মুখ্য কাৰ্যবাহীক স্মৰণ

সংযুক্ত মিকিৰ হিলছ জিলা পৰিষদ বৰ্তমান কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্য্যবাহী সদস্য জননায়ক খৰছিং তেৰাঙৰ ৬৮ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ।ডিফুৰ কাছা ষ্টেডিয়াম আৰু ডিফু চিলড্ৰেন পাৰ্কৰ ওচৰত থকা প্ৰয়াত খৰছিং তেৰাঙৰ প্ৰতিমূৰ্ত্তিত জিলাবাসীয়ে পুষ্পাঞ্জলি আৰু…

বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !

এইবাৰ অসম আৰক্ষীৰ আলহী হ’ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী। এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ । শুকুৰ আলী নামিছে এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত ।ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী।এইগৰাকী শুকুৰ আলীক উজনি অসমৰ…