সৰিয়হ খেতিৰ কিটিপ শিকালে বৈজ্ঞানিকে

নগাঁও কৃষি বিভাগৰ উদ্যোগত সৰতপুৰৰ পৰা অহা কেইবাগৰাকী বৈজ্ঞানিকৰ দ্বাৰা ৰহাত সৰিয়হ কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।অসমীয়াৰ সামাজিক তথা ধৰ্মীয় উৎসৱ পাৰ্বনৰ লগত জড়িত কলৰ পটুৱা ।কিন্তু আধুনিক সমাজত প্লাষ্টিকৰ অবাধ প্ৰচলনত অসমীয়া সমাজৰ পৰা বিলুপ্ত হ’ব ধৰিছে কলৰ…

গাড়ী চোৰে টোপনি হৰিছে নগঞাৰ

ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ। এইবাৰ নগাঁৱৰ ৰণথলী জলাহত চালকক আক্ৰমণ কৰি গাড়ী চুৰিৰ চেষ্টা চলাই ৰাইজৰ তৎপৰতাত পলায়ন কৰিবলগীয়া হৈছে এটা প্ৰৱঞ্চকৰ দলে । গাড়ী চুৰিৰ এক অসাধু চক্ৰৰ দুই সদস্যই বাইহাটা চাৰিআলিৰ মোজ্জামিল হক নামৰ এজন…

CAA সম্পৰ্কত স্থিতি দৃঢ় কেন্দ্ৰৰ

“CAA বলবৎ হ’বই ।CAA হ’ল বাস্তৱ। দেশৰ আইন হ’ল CAA CAA বলবতৰ সিন্ধান্ত সলনি নহয় ।কা -বলবৎ নহ’ব বুলি ভৱা সকল বাস্তৱলৈ ঘূৰি আহক ” -কা সম্পৰ্কত এনেদৰে কেন্দ্ৰৰ স্থিতি স্পষ্ট কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। “CAA বা NRC শীতল ভঁৰালত…

‘মোডীৰ মিছা কথা আৰু কিমান শুনিব?’

ভাৰতীয় জনতা পাৰ্টিয়ে বিগত ২৭ বছৰীয়া শাসনৰ পিছত গুজৰাটত সন্মুখীন হৈছে ভয়ংকৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ।কিন্তু ইমান প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পিছতো কংগ্ৰেছ বা আন বিৰোধী দলে ল’ব পৰা নাই সুবিধা।তৃতীয় বিকল্প সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰসিং…

‘মৃত্যু নিশ্চিত’ বুলি জানিছিল শ্ৰদ্ধাই

‘মোক টুকুৰাটুকুৰ কৰি কাটিব আফতাবে’-শ্ৰদ্ধাৰ অভিযোগ এয়া। আফতাবে কাটিব বুলি জানিছিল শ্ৰদ্ধা ৱাকাৰে।“ আজি সি মোক উশাহ বন্ধ কৰাই হেঁচা মাৰি মাৰিব খুজিছিল।সি মোক ভাবুকি দিয়ে,ভয় খুৱাই টুকুৰাটুকুৰ কৰি দলিয়াই দিব বুলি কয়।সি মোক বিগত ৬ মাহ ধৰি মাৰপিট কৰি…

‘মুখ্য নিৰ্বাচন আয়ুক্ত শেষানৰ দৰে হোৱা উচিত’

দেশত বহুত মুখ্য নিৰ্বাচন আয়ুক্ত হ’ল কিন্তু টি এন শেষানৰ দৰে লোক এগৰাকীয়েই হ’ল ।“মুখ্য নিৰ্বাচন আয়ুক্তৰ বাবে সৰ্বশ্ৰেষ্ঠ ব্যক্তি বিচাৰিব লাগে।মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকো অন্তৰ্ভুক্ত কৰিব লাগে৷তেতিয়াহে নিযুক্তি প্ৰক্ৰিয়াত নিৰপেক্ষতা আহিব”- উচ্চতম ন্যায়ালয়ে এটা…

শীঘ্ৰেই আৰম্ভ হ’ব কেঞ্চাৰ বায়’লজীৰ পাঠ্যক্ৰম

বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটৰ প্ৰেক্ষাগৃহত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিত প্ৰতিষ্ঠানটোৰ হৈ সঞ্চালক ড° অমল চন্দ্ৰ কটকী আৰু বিশ্ববিদ্যালয়খনৰ হৈ উপ পঞ্জীয়ক…

‘হিন্দু বীৰ নসজাব’- সকীয়নি অখিল গগৈৰ

অসম – মেঘালয় সীমান্তত সংঘাটিত হোৱা সংঘাতৰ বিৰুদ্ধে সৰৱ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০…

প্ৰসূতি কক্ষত নহয় শৌচাগাৰত জন্ম সন্তান

কৰিমগঞ্জত চিকিৎসালয়ৰ শৌচাগাৰত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে। নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা । চিকিৎসালয়খনৰ নাৰ্ছৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে আশা কৰ্মীয়ে। বিতৰ্কই যেন লগ এৰা নাই কৰিমগঞ্জৰ এখন চৰকাৰী প্ৰাথমিক চিকিৎসালয়ক । কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এইবাৰ…

চাহ নুখুওৱাৰ বাবে প্ৰাণ গ’ল ৰোগীৰ ?

কৈ থাকিলে ওৰ নপৰে অসমৰ স্বাস্থ্য বিভাগটোৰ কথা।প্ৰতি দিনেই নানান অভিযোগ বিভাগটোৰ কৰ্মীৰ বিৰুদ্ধে।কোনোবা দিনা যদি চিকিৎসকৰ গাফিলতিত কোনো ৰোগীয়ে প্ৰাণ হেৰুৱাইছে,কোনোবা দিনা আকৌ নাৰ্ছৰ অৱহেলাত মৃত্যুক সাৱটিছে ৰোগীয়ে।আজি পুৱাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তীব্র উত্তেজনাৰ সৃষ্টি হয়৷সঠিক চিকিৎসাৰ অভাৱত এজনে…