Investigative reporting with dedication.
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত

গুৱাহাটী চিটী হেল্থ ক্লিনিক এণ্ড ডায়গনষ্টিক চেণ্টাৰৰ উদ্যোগত কাইলৈ অৰ্থাৎ দেওবাৰে এক বিনামূলীয়া স্বাস্থ্যশিবিৰ অনুষ্ঠিত হ’ব।সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়া কৰা হ’ব ।কাহিলিপাৰাৰ জয়া শৰ্মা মেডিক’জত অনুষ্ঠিত হ’ব এই স্বাস্থ্য শিবিৰ। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব এই স্বাস্থ্য শিবিৰ। শিবিৰত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট চিকিৎসক।ৰোগী সকলে ডায়বেটিছ,প্ৰেছাৰ আদি বিনামূলীয়াকৈ পৰীক্ষা কৰাব পাৰিব। কাহিলীপাৰাৰ জয়া শৰ্মা মেডিক’জত অনুষ্ঠিত হ’ব এই স্বাস্থ্য শিবিৰ।





