ঐ ৰাম দীপাংক নাথৰ বিয়াহে…

Share This Article

আছু ত্যাগ সভাপতিৰ
ব্যক্তিগত কাৰণত আছু ত্যাগৰ সিন্ধান্ত দীপাংক নাথৰ
কিন্তু হঠাৎ কিয় ত্যাগ কৰিলে আছু?

আছুৰ সভাপতি দীপাংকৰ নাথে আজি সংগঠনটোৰ পৰা অব্যাহতি লয়৷সম্পূৰ্ণ ব্যক্তিগত কাৰণত অব্যাহতি লোৱা বুলি জনাই সভাপতিগৰাকীয়ে৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অহা ১৫ ডিচেম্বৰত বিয়াত বহিব দীপাংক নাথ৷কন্যা তেজপুৰৰ ৰূপা হাজৰিকা৷পেশাত তেওঁ এগৰাকী অধ্যাপিকা৷গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় অধ্যাপিকা ড° ৰূপা হাজৰিকা৷
অহা ১৩ডিচেম্বৰত জোৰোণ অনুষ্ঠিত হ’ব৷বিবাহ বাহৰ দুধনৈ৷বিয়াৰ পিছত দুটা বছৰ সামাজিক জীৱনৰ পৰা আঁতৰি থাকিব দীপাংক নাথ৷বিয়াৰ পিছত তেওঁ দুবছৰ লণ্ডনত থাকিব বুলি জনাই দীপাংক নাথে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.