আটক হোৱা নাছিল গল্ডী ব্ৰাৰ !

Share This Article

পঞ্জাবৰ মুখ্যমন্ত্ৰী মিছলীয়া।পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মিছা মাতিছে।এই অভিযোগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলৰ।আকালি দলৰ নেত্ৰী হৰচিমৰত কৌৰে বৰ্তমানৰ আপ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে পঞ্জাবত উন্নয়ন একেবাৰে স্তব্ধ হৈ পৰিছে ৷ৰাজ্যখনত ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।হৰচিমৰতে কয় যে ভগৱন্ত মানে পঞ্জাৱৰ গায়ক সিদ্ধু মুচেৱালাৰ হত্যাকাৰী গল্ডী ব্ৰাৰক আটক কৰা বুলি ‘মিছা’ মাতিছে৷প্ৰকৃততে ব্ৰাৰ আটক হোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.