বছৰটোত মাত্ৰ ৪০ দিন পাঠদান চৰকাৰী বিদ্যালয়ত !

ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ বুধবাৰে অসম বিধানসভাৰ মজিয়াত উদঙাই দিলে বিধায়ক অখিল গগৈয়ে।যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষাবৰ্ষটোত বৰ্তমানলৈকে ৪০ দিনো ভালদৰে পাঠদান নোহোৱাৰ অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ…

হাতুৰীৰ কোব পৰিব ৰবীন্দ্ৰ ভৱনত

বহু শিল্পী-কলা কুশলীৰ স্মৃতি বিজড়িত ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ।অতি শীঘ্ৰে ভাঙি পেলোৱা হ’ব ৰবীন্দ্ৰ ভৱন ।গুৱাহাটীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱনত শীঘ্ৰে পৰিব হাতুৰীৰ কোব । তাক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে সাংস্কৃতিক ক্ষেত্ৰখনত।এতিয়াৰ…

চীনত সংহাৰী ৰূপ ক’ভিডৰ

ক’ভিডৰ নতুন শক্তিশালী ভেৰিয়েন্ট BF.7 ৷ BF.7 ভেৰিয়েন্টৰ দ্বাৰা এবাৰতে সংক্ৰমিত হ’ব পাৰে ১৮ জনকৈ লোক। চীনত ক’ভিডৰ শক্তিশালী নতুন ভেৰিয়েন্টৰ সংহাৰ আৰম্ভ হৈছে ।এজন ৰোগীৰ পৰা সংক্ৰমিত হৈছে ১৮ জনকৈ লোক!কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবালবৃদ্ধবনিতা সকলো আক্ৰান্ত…

আকৌ ক’ভিড !

বিশ্বৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷সেয়ে চৰকাৰে এই সন্দৰ্ভত আৰোপ কৰিছে নীতি নিৰ্দেশনা। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মনচুখ মান্দাভ্যই বুধবাৰে ক’ভিড সম্পৰ্কত প্ৰথম নিৰ্দেশনা প্ৰেৰণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈ।কংগ্ৰেছ নেতা দুজনলৈ প্ৰেৰণ কৰা…

ভাল দিন আহিব ৰাজস্থানীৰ !

আধাতকৈয়ো কম মূল্যত পাব চিলিণ্ডাৰ !’আতচ্চে দিন’ৰ কথা কোৱা বিজেপিয়ে নহয়,কংগ্ৰেছেহে উপহাৰ দিব ভাল দিন ! কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে শাসনলৈ অহাৰ পিছতে উজ্বলা আঁচনিৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকৰ বাবে ৰন্ধন গেছৰ সংযোগ দিছিল৷বিনামূলীয়া এই সুবিধা লাভ কৰি দেশৰ দৰিদ্ৰ…

গাড়ীত গৰু দেখিলেই বিজেপি পায় ইছ্যু !

বিজেপি বিধায়কৰ ‘গুণ্ডাগিৰি’?গাড়ীত গৰু দেখিলেই ‘চোৰাং ‘ বুলি কয় বিজেপিয়ে ?ইঠাইৰ পৰা সিঠাইলৈ নিয়া গৰুকে সজালে ‘চোৰাং গৰু’ !পশ্চিমবংগৰ বিজেপি বিধায়ক অগ্নিমিত্ৰা পলে দাবী কৰিছে যে তেওঁ মুঠ ৯ টা গৰু সীমান্তইদি পাৰ কৰোৱাৰ সময়ত উদ্ধাৰ কৰে।এক টুইটাৰ বাৰ্তাত ২…

শিলনী নদীত উটি গ’ল এজন

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিলনীত বনভোজ খাবলৈ আহি সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন লোকৰ।কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ সমীপৰ শিলনীত পৰ্যটক সকলৰ বাবে আকৰ্ষণীয় আৰু নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহি সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন ৩৭ বছৰীয়া ব্যক্তিৰ৷নববৰ্ষৰ প্ৰাকক্ষণত বন্ধু…

পুনৰ মুখা খুলিল মিথ্যাচাৰী মুখ্যমন্ত্ৰীৰ

বন্ধন বেংকৰ লিগেল নটিছে হাহাকাৰ লগাইছে গ্ৰামাঞ্চলত ।মুখ্যমন্ত্ৰীৰ ঘোষণাই কাল হল কামপুৰৰ সাহিত্যিক পেঞ্চনাৰ মোলান পৰিয়ালত।এতিয়া ঋণ অনাদায় মহিলালৈ বন্ধন বেঙ্কৰ লিগেল নটিছ আহিছে । সেয়ে হাহাকৰ কৰিছে ঋণ লোৱা মহিলা সকলে।কামপুৰৰ সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰেৰ পৰিবাৰ ৰীনা লস্কৰৰ নামতো…

বাজেয়াপ্ত হ’ব তাজমহলৰ সম্পত্তি!

বিশ্বৰ অন্যতম আশ্চৰ্য তাজমহললৈ এক কোটি টকাৰ কৰ আদায় দিয়াৰ জাননী প্ৰেৰণ কৰিছে আগ্ৰা পৌৰ নিগমে।নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ পৰিশোধ নকৰিলে বাজেয়াপ্ত হ’ব পাৰে তাজমহলৰ সম্পত্তি! কেৱল তাজমহলেই নহয় আগ্ৰা ফ’ৰ্টলৈও কৰ আদায় দিয়াৰ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছে আগ্ৰা পৌৰ…

পিতৃক গুৰু মানি বিশ্বনায়ক হ’ল মেছি

লিঅ’নেল আন্দ্ৰেছ মেছিয়ে খেলিবলৈ আৰম্ভ কৰিছিল দেউতাকৰ ক্লাবৰ পৰা।ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবেই নিজ দেশ এৰিছিল মেছীয়ে।তেওঁ আৰ্জেণ্টিনা ফুটবলৰ ৰাজপুত্ৰ মহাতাৰকা লিঅ’নেল আন্দ্ৰেছ মেছি ।দেউতাকৰ ক্লাবৰ পৰা প্ৰথমখন ফুটবল মেচ খেলা, ফুটবলৰ বাবে নিজ দেশ এৰি অসুস্থতাৰ সৈতে যুঁজ দিয়া…