সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিল্লীত ‘প্ৰেমৰ দোকান’ !

বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত প্ৰৱেশ কৰে।আজি পুৱা দিল্লীত প্ৰৱেশ কৰা যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ,পৱন খেৰা,ভূপিন্দৰ সিং হুদা,কুমাৰী চেলেজা,ৰণদীপ সূৰ্যেৱালা…

‘চলন্তিকা-২’ৰ উন্মোচন

জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২'ৰ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা গৱেষক পণ্ডিত ড° দয়ানন্দ পাঠকে । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক…

৮ জন তীৰ্থযাত্ৰীৰ মৃত্যু

এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অতি কমেও ৮ জন তীৰ্থযাত্ৰীয়ে।ঘন কুঁৱলীৰ বাবে তীৰ্থয়াত্ৰী কঢ়িয়াই নিয়া বাহন খন এজোপা গছত খুন্দা মাৰি ৬০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।কেৰালাৰ…

বাগৰুম্বাই মুখৰিত কৰিব মেৰাপানী

গোলাঘাটৰ মেৰাপানীৰ চাংখাতিত অনুষ্ঠিত হ'ব সদৌ অসম বাথৌ মহাসভাৰ যুৱ সমিতিৰ ৰাজ‍্যিক অধিৱেশন। মেৰাপানী চাংখাতিৰ ৰাজহুৱা খেলপথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই অধিৱেশন।বাগৰুম্বা নৃত্যৰে মুখৰিত হ'ব মেৰাপানীৰ চাংখাটি।অধিৱেশনত উপস্থিত থাকিব…

মাত্ৰ ৭ বছৰীয়া মডেলে কঁপাইছে দেশ

শিৱসাগৰৰ ৭ বছৰীয়া আয়ুষ্মান শইকীয়াই মডেলিঙৰ লগতে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে । আয়ুস্মানৰ প্ৰকৃত ঘৰ  শিৱসাগৰ জিলাত যদিও তেওঁ  কৰ্মসূত্ৰে   দুলীয়াজানত থকা পিতৃ প্ৰাঞ্জল শইকীয়া আৰু মাতৃ…

সুশান্ত বৰগোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল থাওৰা

থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই মুৰ্দবাদ ধ্বনিৰে উত্তাল পানীদিহিং।পানীদিহিং পক্ষী অভয়াৰণ্যলৈ ভাবুকিৰ সৃষ্টি কৰি খিলঞ্জীয়াৰ ম্যাদী ভূমিত এছকেভেটৰ চলাই বীৰত্ব প্ৰদৰ্শনত ব্যস্ত থাওৰাৰ বিধায়কগৰাকী।চৰকাৰী আঁচনি ৰূপায়ণৰ নামত থলুৱা লোকক…

সাহিত্য সভাৰ ‘ভাগ্য’ নিৰ্ণয় হ’ব শনিবাৰে !

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি,প্ৰধান সম্পাদক আৰু উপ সভাপতি পদৰ বাবে শনিবাৰে নলবাৰীত হব ভোট গণনা।জিলা গ্ৰন্থাগাৰত গণনা কৰা হ'ব ভোট৷সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ দৌৰত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে।মুঠ ৭৯১ টা শাখাৰ…

মৰ্মান্তিক !১৬ সেনা নিহত

উত্তৰ ছিকিমৰ চেট্টানৰ পৰা থাংগুলৈ গৈ থকাৰ পথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।ঘটনাটোত ৩ জন কমিছনড অফিছাৰ আৰু ১৩ গৰাকী সেনা নিহত হয়।দুৰ্ঘটনাটোত ৪ জন সেনা গুৰুতৰভাৱে আহত হৈছে।আহত জোৱান সকলক সেনা বিমানৰ সহায়ত উদ্ধাৰ কৰা হয়।প্ৰতিৰক্ষা…

‘যাত্ৰা’ত গ’লেই বিদ্যুৎ বিছিন্ন !

ৰাহুল গান্ধীয়ে কন্যাকুমাৰীত আৰম্ভ কৰা 'ভাৰত জোড়ো' যাত্ৰাই ইতিমধ্যে ১১০ দিনত ভৰি দিব !এই সময়চোৱাত দলটোৱে এই যাত্ৰাৰ জৰিয়তে হাৰিয়ানা,মধ্য প্ৰদেশ,ৰাজস্থান আদি ৰাজ্যত পদযাত্ৰা সম্পূৰ্ণ কৰিছে।বিগত দিনবোৰত বিজেপিয়ে এই যাত্ৰা বন্ধ কৰাৰ বাবে নানান…

আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন

●ললিত গগৈ আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন ।আজিকালি চেনেল-প'ৰ্টেলৰ এটা নতুন ট্ৰেণ্ড হৈছে ৰাজনৈতিক নেতা-মন্ত্ৰী-বিধায়কক জন্মদিনৰ শুভেচ্ছা জনাই দুষাৰ বাক্য লিখা ।ক'তা ! দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী, আনকি ৰাজ্যখনৰ…