Browsing Category
Uncategorized
১টা গ’ল,২ টা গ’ল এহ ৩ নম্বৰটোও গ’ল !
বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত বৰ্তমানলৈকে ৩ টাৰ মৃত্যু হয়।মঙলবাৰে দুপৰীয়া তৃতীয় চিতাটোৰ মৃত্যু হয়৷'দক্ষা' নামৰ তৃতীয় চিতাজনী আন এটা বাঘৰ লগত যুঁজ লাগি গুৰুতৰভাৱে আহত…
পুনৰ যুঁজ গেহলট-পাইলটৰ !
ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ শচীন পাইলট।অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে পুনৰ হুংকাৰ শচীন পাইলটৰ।মুখ্যমন্ত্ৰী অশোক গেহলটক তীব্ৰ সমালোচনা শচীন পাইলটৰ।"ছোনিয়া গান্ধীহে অশোক গেহলটৰ নেত্ৰী, বসুন্ধৰা ৰাজে নহয়"-এই মন্তব্য শচীন…
বিহু স্মৰণিকা প্ৰতিযোগিতাৰ আয়োজন
গুৱাহাটী মহানগৰীৰ PHOENIX CREATION'sএ ২০২৩ চনত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলন উপলক্ষে প্ৰকাশিত স্মৰণিকা সমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত আয়োজন কৰা এই প্ৰতিযোগিতা লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু আয়োজক সকলে…
ফটো ছেচনৰ বাবেহে মোডীক লাগে মল্লযোদ্ধাক !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিগত এটা সপ্তাহত অত্যন্ত ব্যস্ত আছিল ।এটা সপ্তাহত মুঠ ১৭ খন ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰতিশ্ৰুতিৰে ভৰাই দিছিল কৰ্ণাটক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নন্দিনীক বিশ্ব…
ভাষণত নগলিল !
কৰ্ণাটকত বুধবাৰে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।শাসক-বিৰোধী দুয়োটা পক্ষই কৰ্ণাটকৰ এই লিটমাচ টেষ্টৰ বাবে নিজকে পৃথকে পৃথকে সাজু কৰি নিৰ্বাচনী প্ৰচাৰত নামিছিল৷সোমবাৰে বিয়লি ৫ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে।দুয়োটা দলৰ নেতাই আক্ৰমণ…
‘মস্তি কী চৰকাৰ’,ৰাইজৰ কথা ভবাৰ নাই দৰকাৰ !
‘ৰাইজৰ টকাৰে ‘মস্তি’ কৰিছে হিমন্ত বিশ্ব শর্মাই।হিমন্ত বিশ্ব শর্মাৰ দৰে মজা কৰা মুখ্যমন্ত্ৰী অসমত জন্মই হোৱা নাই।খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈ হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যায় মুখ্যমন্ত্ৰী।নাগপুৰলৈ যাবলৈ চার্টাড ফ্লাইট লাগে মুখ্যমন্ত্ৰীক।এখন…
অন্তিম শয়নৰ স্থানতো বেদখল
অভয়াপুৰীত শ্মশানৰ ভূমি অবৈধভাৱে দখলৰ চেষ্টা একাংশ লোকৰ।২৫ বছৰ ধৰি শ্মশান হিচাপে ব্যৱহাৰ কৰা ভূমি দখলৰ চেষ্টা ।অভয়াপুৰীৰ উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাবাৰী চতুৰ্থ খণ্ডত এই ঘটনা সংঘটিত হৈছে।ভূমি দখলকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ…
য়েডুৰাপ্পাৰ ‘অসহযোগে’ বিপদ আনিব বিজেপিৰ !
সমাগত কৰ্ণাটক নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সোমবাৰে বিয়লি অন্ত পৰাৰ কথা। নিৰ্বাচনত জয়লাভৰ বাবে সকলো প্ৰচেষ্টাই হাতত লৈছে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে।ঘাইকৈ শাসক দল বিজেপিৰ বাবে এই নিৰ্বাচন লিটমাচৰ টেষ্টৰ দৰে।কৰ্ণাটকৰ বিধানসভাৰ…
হনুমানৰ ওপৰত গধুৰ দায়িত্ব বিজেপিৰ !
কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা বুধবাৰে।সোমবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন৷কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰচাৰ অভিযানত নামি পৰিছে।দুয়োটা দলৰ নেতাৰ মাজত চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ।কংগ্ৰেছে…
মণিপুৰৰ পাৰ্শ্বক্ৰিয়া দিল্লীতো !
মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষই স্পৰ্শ কৰিছে দিল্লীকো।দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাচত কেইজন মান কুকি ছাত্ৰই আক্ৰমণ কৰে মেইতে সম্প্ৰদায়ৰ ছাত্ৰক।ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হোৱাৰ খবৰ আহিছে।শুকুৰবাৰে মৌৰিচ নগৰ আৰক্ষী চকীত কুকি ছাত্ৰ কেইজনে…