Browsing Category
Uncategorized
প্ৰজ্ঞা অৱজ্ঞা ভূপালৰ জীয়ৰীৰ
'দা কেৰালা ষ্ট'ৰী' চাই ঘৰ এৰিলে মধ্যপ্ৰদেশৰ যুৱতীয়ে।কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী।কামত নাহিল 'দা কেৰালা ষ্ট'ৰী'ৰ কাহিনী।ঘৰ এৰি প্ৰেমিক ইউছুফৰ লগত বিয়াত বহিল নাৰ্ছিঙৰ ছাত্ৰী।মধ্যপ্ৰদেশৰ ভূপাল চহৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক কাহিনী।ভূপালৰ…
নিজে পতা জালত নিজেই বন্দী বিজেপি ?
পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।কিন্তু মণিপুৰত চৰকাৰ গঠনৰ বাবে থাউকতে ইম্ফলত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত…
অতীত হ’ব হাইকৰ্ট !
ইতিহাস হোৱাৰ দিশে গুৱাহাটী উচ্চ ন্যায়ালয় !আমিনগাঁৱত স্থাপন হ'ব জুডিচিয়েল চিটি ! ১০০ বিঘা ভূমিত নিৰ্মাণ হ'ব জুডিচিয়েল চিটি !২৩মে'ৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইনী ক্ষেত্ৰখনৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী গুৱাহাটী উচ্চ…
‘ৰেড কাৰ্পেট’ত বিদ্ৰোহ !
বিদ্ৰোহৰ অন্য এক নাম কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট।কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট মানে এক অভিজাত আমন্ত্ৰণ।ৰেড কাৰ্পেটত খোজ দিবলৈকে কষ্টিউমৰ নামত খৰছ কৰে কোটি-কোটি টকা।ৰেড কাৰ্পেটত খোজ পেলাবলৈ কিমানৰ যে থাকে ক'ত হেঁপাহ !
কাঁ…
পাইলটক ‘পাইলট’ নবনায় কংগ্ৰেছে !
বহু জল্পনা কল্পনাৰ অন্তত কৰ্ণাটক বিজয়ৰ সপোন কংগ্ৰেছ দলে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী পদক লৈ টনাআজোঁৰা চলিছিল সিদ্দাৰামায়া আৰু কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ মাজত৷বহু গুণাগঁথাৰ অন্তত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়া আৰু উপমুখ্যমন্ত্ৰী হিচাপে…
বহুত হ’ল ‘মোডী মেজিক’ !
কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় আৰু কংগ্ৰেছৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাই উৎফুল্লিত কৰিছে বিজেপি বিৰোধী শিবিৰক।কংগ্ৰেছৰ পৰা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা দলবোৰেও শেহতীয়াকৈ বিজেপি বিৰোধী শিবিৰত কংগ্ৰেছৰ নেতৃত্বত একেলগ হোৱাৰ পোষকতা কৰিছে।সৌ…
সিন্ধিয়াই বিজেপিত খান্দিছে সিন্ধি !
মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত। ২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত ! তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল…
‘এডিনা’ই সঁচা হ’ল কৰ্ণাটকত !
কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই ভয়ংকৰ বিপৰ্যয়ৰ ইংগিত দিছিল বিজেপিক।বিভিন্ন নামীদামী প্ৰতিষ্ঠানৰ সমীক্ষাৰ তথ্যই টোপনি হৰিছিল বিজেপিৰ !কিন্তু এই সকলোবোৰ প্ৰতিষ্ঠানৰ ভিতৰত 'এডিনা' নামৰ তুলনামূলকভাৱে সৰু…
প্ৰাৰ্থী দিলে কিন্তু খাতাই খোল নাখালে আপৰ !
কৰ্ণাটক বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিক শোচনীয়ভাৱে পৰাভূত কৰি শাসনত বহিল কংগ্ৰেছ। শনিবাৰে ঘোষিত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে ১৩৫ খন আসনত বিজয়ী হৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটক…
‘পাপ্পু’ৱেই ‘পাপ্পু’ বনালে মোডী-শ্বাহক !
বিগত ১০ মে’ত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভৱাতকৈয়ো অধিক আসন লাভ কৰিলে কংগ্ৰেছে।ৰাজ্যখনৰ মুঠ ২২৪ খন আসনৰ ১৩৫ খন আসনত বিজয়ধ্বজা উৰুৱালে কংগ্ৰেছে।কংগ্ৰেছৰ এই বিজয় বিজেপিৰ বাবে একেবাৰে কল্পনাতীত…