সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Uncategorized

ৰাজীৱ গান্ধীক লৈ ডায়েৰীত কি লিখিছিল ছোনিয়া গান্ধীয়ে  ?

“ যেতিয়া তুমি কাৰোবাক সচাঁকৈ ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল ৰাজীৱক ৷

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি কিমান সংখ্যক জন্মদিন ?

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৭ সংখ্যক জন্ম জয়ন্তী ৷ পুৱাই বীৰ ভূমিলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওৰ লগত লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিৰোধী নেতা উপস্থিত আছিল ৷…

শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷ মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ পাছত…

কাবুলৰ ভাৰতীয় দূতাবাস খালী কৰাৰ সিদ্ধান্ত কিয় নতুন দিল্লীৰ ?

কাবুলৰ ভাৰতীয় দূতাবাসত থকা ৰাষ্ট্ৰদূতসহ আন আন কৰ্মচাৰীসকলক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে ৷ আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷…

উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু দুজনৰ  

উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু হৈছে দুজন লোকৰ ৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি , কাবুল বিমান বন্দৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ আফগানিস্তানত তালিবান শাসনলৈ অহাৰ লগে লগে দেশৰ পৰা পলায়ন কৰিবলৈ কাবুল বিমান মন্দৰত  হাজাৰ হাজাৰ…

ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ…

IIT GUWAHATI ৰ এটা বেয়া খবৰ

ক'ভিডৰ কালৰূপৰ বাবেই ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে দেশৰ শৈক্ষিক পৰিকাঠামো । মানসিকভাৱে ভাগি পৰিছে  শিক্ষাৰ্থী সকল। অনলাইন শিক্ষা ব্যৱস্থাই পূৰণ কৰিব পৰা নাই  ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা। কিন্তু এই উদ্বেগজনক পৰিস্হিতিৰ মাজতে দেশৰ শিক্ষা…

এছক’ৰ্টৰ নামত গুৱাহাটীত কোনে , কেনেদৰে চলাই দেহ ব্যৱসায় ?

এছক’ৰ্ট চাৰ্ভিছৰ নামত গুৱাহাটীত চলি আছে দেশ ব্যৱসায় ৷ ফেচবুক , টুইটাৰ আদি সামাজিক মাধ্যমত এটা চক্ৰই প্ৰথমতে গ্ৰাহকৰ লগত নিজে যোগাযোগ কৰে ৷ তাৰ পাছত এছক’ৰ্টৰ নামত যুৱতী , মহিলাক প্ৰেৰণ কৰে গ্ৰাহকৰ ওচৰলৈ ৷ এইদৰেই সামাজিক মাধ্যমৰ জড়িয়তে দেহ…

বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?

বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক…

কোভিশ্বিল্ড – কোভাক্সিনৰ মিশ্ৰণ কোভিড প্ৰতিৰোধত অধিক কাৰ্যকৰী

কোভাক্সিন আৰু কোভশ্বিল্ড প্ৰতিষেধকৰ মিশ্ৰণ কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক উপযোগী ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে ৷ আই চি এম আৰে প্ৰকাশ কৰা তথ্য অনুসৰি , ভেকছিনৰ দুটা ডোজৰ ক্ষেত্ৰত যদি এবাৰ কোভিশ্বিল্ড আৰু…