Browsing Category
Uncategorized
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপাচাৰ্য সকলৰ বৈঠক
দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা" এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ"য়ে ২১ আৰু ২২ নৱেম্বৰত গুৱাহাটীত 'পূব মণ্ডলৰ উপাচাৰ্যসকলৰ বিশেষ বৈঠকৰ আয়োজন কৰিছে। অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকৰ বিষয়বস্তু হৈছে "উচ্চ…
ৰাজস্থানত গেহলট নে পাইলট?
ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা সম্পূৰ্ণকৈ ওলাবলৈ এতিয়াও বহুত বাকী । বিজেপিয়ে এতিয়ালৈকে ১২৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । তাৰ বিপৰীতে কংগ্ৰেছ দলে ৯৫ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইতিমধ্যে মঙলবাৰৰ পৰা ৰাজস্থানত…
পিতৃ-মাতৃৰ সোঁৱৰণত পুথিভঁৰাল নিৰ্মাণ, শিক্ষক মহেন শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ
বৰ্তমান সময়ত ৰাজ্যত একাংশ পুত্ৰ-কন্যাই নিজ জন্মদাতা পিতৃ-মাতৃক অবহেলা কৰাৰ বিভিন্ন বাতৰি প্ৰকাশ হৈ থাকে৷ কিন্তু এনে নেতিবাচক খবৰৰ বিপৰীতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ বৰদিহিঙীয়া গাঁৱৰ এজন আদৰ্শবান পুত্ৰই দেখুৱাইছে…
সমীক্ষাৰ ঢৌ I.N.D.I.Aৰ ফালে !
যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই কোন দলে কিমান আসন পাব তাক লৈ বৃদ্ধি পাইছে জল্পনাকল্পনা।বিভিন্ন সংস্থাই চলাইছে নিৰ্বাচনী সমীক্ষাও।দেশত মুঠ লোকসভাৰ আসন আছে ৫৪৩ খন।এই ৫৪৩ খন আসনৰ এক সমষ্টিভিত্তিক অপিনিয়ন প’লৰ তথ্য ৰাজহুৱা কৰিছে…
৩৩% নহয় ৫০% মহিলাক দিব প্ৰাৰ্থিত্ব !
তৃণমূল কংগ্ৰেছে আগৰে পৰাই ২০১৯ চনৰ পৰাই বঙালী ছোৱালীৰ ৰক্ষণাবেক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে-এই দাবী তৃণমূলৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী। মহিলা সকলে মমতা বেনাৰ্জীকে ভোট দি জয়যুক্ত কৰিছিল ২০১৯ চনত।২০২৪ চনৰ লোকসভা…
EXCLUSIVE: ১০ কৌটিৰ ৰাজসাহায্য লৈ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হ’ল মুখ্যমন্ত্ৰী হিমন্ত…
অৰূপ কলিতা গুৱাহাটী, ১০ ছেপ্তেম্বৰ: ৰাজ্যৰ লাখ লাখ নিবনুৱা , স্বাৱলম্বিতাৰ সপোন দেখা যুৱক যুৱতীৰ ভাগ্য- ভৱিষ্যতৰ চিন্তা এতিয়া গৌন ৷ এইবাৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে খোদ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী…
নিজৰ নাক কাটি হ’লেও ক্ষমতা লাগে বিজেপিক !
দেশত লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা।নিৰ্বাচনৰ বাবে শাসক বিৰোধী দুয়োটা পক্ষই চলাইছে প্ৰস্তুতি।বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হৈ আছে মুম্বাইত।বিৰোধীৰ ঐক্যবদ্ধ যুঁজত তচনচ হোৱাৰ দিশে বিজেপি।সেয়ে ২০১৭ চনৰ…
বজাৰত অদৃশ্য শক্তি! কৃষকে ২০ টকাত বিক্ৰী কৰা পাচলি বজাৰত কেনেকৈ বিক্ৰী হ’য় ১০০ টকাত?
ছয় মাইলৰ এখন পাচলিৰ দোকানত গ্ৰাহকৰ বেশত উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ দোকানৰ গৰাকীক সোধা গ’ল পাচলিৰ দাম৷ দোকানীয়ে ক’লে, লেছেৰা ১০০ টকা কিলো৷ এক পোৱাত ৩০ টকা৷ জিকা ৭০ টকা কিলো৷ সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে সেই…
এমাহ নহ’লেই,৩৮ টা কমি ৩৭ হ’ল NDA ত
বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।কাণসাৰেই নাই কাৰো। যাৰবাবেই ক্ষোভিত হৈ পৰিছে NDA ৰ সহযোগী দল কুকি পিপুলচ এলায়েন্স।কুকি পিপুলচ এলায়েন্সে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱা বুলি ঘোষণা কৰে।ইতিমধ্যে দলটোৱে তেওঁলোকৰ…
বিসম্বাদৰ জুই নুমুৱাবলৈ ভূপাল পালেগৈ ড° হিমন্ত বিশ্ব শৰ্মা !
মধ্যপ্ৰদেশৰ ৩৪ জনীয়া মন্ত্ৰীসভাত দুটা ফৈদৰ বিভাজন স্পষ্ট৷ভয়ংকৰ বিসম্বাদে গা কৰি উঠিছে মধ্য প্ৰদেশত।নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ।তেওঁৰ বিৰুদ্ধেই তীব্ৰ ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী…