Browsing Category
Uncategorized
নগাঁৱৰ জাগৃতিত টিঘিলঘিলনি চোৰৰ
নগাঁও চহৰৰ মাজমজিয়াৰ খীষ্টিয়ানপট্টিৰ জাগৃতি হোণ্ডাত নিশা সংঘটিত হয় এক চুৰি কাণ্ড। নিশা ডীলাৰটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অচিনাক্ত দুৰ্বৃত্তই তলা ভাঙি ভিতৰত প্ৰবেশ কৰি লুটপাত চলায়। দুৰ্বৃত্তৰ দলটোৱে ডীলাৰৰ কেছ বক্স ভাঙি জমা থকা ১২ লাখ ৬৬…
বন্ধন বেংকত বন্ধ অসমীয়া ভাষা !
অসমীয়া ভাষা নচলিব, বন্ধন বেংকৰ নতুন নিয়ম। অসমতে সংকটত পৰিছে মাতৃভাষা অসমীয়া। অসমত ব্যৱসায় কৰি থকা বন্ধন বেংকত গ্ৰহণ নকৰে অসমীয়া ভাষাৰ নথি পত্ৰ। আইৰ মুখৰ মাতষাৰৰ ওপৰত সৰ্বত্ৰে চলিছে ভয়ংকৰ আক্ৰমণ। বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে…
লীজ ট্ৰাছৰ ফোন হেক কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে !
লীজ ট্ৰাছৰ ফোন হেক। বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা।হয়,তেওঁ আন কোনো নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক ।পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ বৈদেশিক মন্ত্ৰী হৈ থকা সময়ত ট্ৰাছৰ ফোন হেক কৰিছিল। এই…
বিসম্বাদৰ বাবেই মুখথেকেঁচা খাব বিজেপিয়ে?
উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত হিমাচল প্ৰদেশক লৈ যথেষ্ট আশাবাদী বিজেপি৷
কিন্তু বিজেপিৰ আশাত চেঁচাপানী ঢালিছে কোনে? 'অসফল’ বুলি টিকেট নিদিয়া প্ৰায়সংখ্যক প্ৰাক্তন বিজেপিয়েই প্ৰাৰ্থিত্ব আগবঢ়াইছে নিৰ্দলীয় হিচাপে৷ তদুপৰি বহুসংখ্যক…
নগাঁৱৰ খ্ৰাইষ্ট জ্যোতিত কলংক সানিলে কোনে?
নগাঁৱত ছাত্ৰীক অশালীন মেচেজ দি ৰঙাঘৰৰ আলহী হ’ল খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ শিক্ষক । এইবাৰ চৰ্চাত নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুল । শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰাইষ্ট জ্যোতি স্কুলৰ শিক্ষক তুন্না আজমক । বিদ্যালয় কৰ্তৃপক্ষৰ লিখিত…
ভাষণ সামৰক – সকীয়ালে গৃহমন্ত্ৰী অমিত শ্বাহে
যিকোনো সভাত দীঘলীয়া ভাষণে শ্ৰোতাক প্ৰায়ে আমনি দিয়ে।এইবাৰ তেনে দীঘলীয়া ভাষণে বিৰক্ত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।দীঘলীয়া ভাষণত বিৰক্ত গৃহমন্ত্ৰীয়ে ৪বাৰ কৈ ভাষণ এৰি বহিবলৈ সকীয়াই দিলে মানুহজনক !কিন্তু নাই কাণসাৰ নাই মানুহজনৰ…
উকা হৈ পৰিল ভালপোৱাৰ চিনাকি বন্দৰ
ভালপোৱাৰ সেই চিনাকি বন্দৰ উকা কৰি গুছি গ’ল প্ৰেমিক নীলপৱন । চিনাকি ৰঙ , চিনাকি কেনভাছ এৰি প্ৰেমিকা পত্নীৰ পথেৰেই সৰগৰ বাট ল’লে প্ৰেমিক নীলপৱনে । যি বাটেৰে চাৰি বছৰ আগতেই গুছি গৈছিল কোকিলকণ্ঠী দীপালী বৰঠাকুৰ ।চাৰি বছৰ আগৰ ডিচেম্বৰৰ সেই…
মুখ্যমন্ত্ৰী সিন্দেৰ কাষত আন এজন থাকৰে !
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেই মঙলবাৰে সাক্ষাৎ কৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মূৰব্বী ৰাজ থাকৰেক। উল্লেখযোগ্য যে ইয়াৰ দুটা দিন আগতে মুখ্যমন্ত্ৰী সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাভিছেও সাক্ষাৎ কৰিছিল…
‘বিজেপিক ভোট দিয়ক,২০০০ টকাত চিলিণ্ডাৰ কিনক’
২০০০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে ভোট দিয়ক মোডীক ! এই আহ্বান ৰাজনৈতিক কৌশলপ্ৰণেতা প্ৰশান্ত কিশোৰৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰীক সমালোচনা কৰি এনেদৰে কয় কিশোৰে। শুকুৰবাৰে পশ্চিম চম্পাৰণ জিলাৰ নাৰকতিগঞ্জ…
পানীৰ অবিহনে প্ৰাণ যোৱা অৱস্থা জনতাৰ
ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমন্তবৰ্তী পৰ্বতঝোৰা মহকুমাৰ মতিৰঝোৰা হাতীখাল গাঁৱত বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ ।জল জীৱন আঁচনিৰ পৰা বঞ্চিত মতিৰঝোৰা হাতীখালৰ লগতে কেইবাখনো গাওঁ ।অসম চৰকাৰৰ দৃষ্টি নপৰা এখন গাওঁ। গাওঁখনত নাই কোনো চৰকাৰী…