Browsing Category
Uncategorized
ভাৰতীয় সংবাদ মাধ্যমৰ মুখত চূণ সানিলে আফগান মুখপাত্ৰই
তালিবান শাসকে আফগান মহিলাৰ অত্যাচাৰৰ বিষয়ে প্ৰশ্ন কৰাত দিলে গুজৰাটৰ উদাহৰণ।উল্লেখ্য যে উপযুক্ত ইউনিফৰ্ম পৰিধান নকৰাৰ বাবে আফগানিস্তানৰ বাদকচান বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰাপত্তা ৰক্ষীয়ে প্ৰহাৰ কৰিছিল সোমবাৰে।দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ…
৫ নবেম্বৰত উদযাপিত হ’ব সমন্বয়ৰ দিন
পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন ছাত্ৰ সন্থাৰ লগতে অসম অৰুণাচল সীমান্তবৰ্তী বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত ভাৰত ৰত্ন অসম গৌৰৱ বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকা দেৱৰ একাদশ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি "সমন্বয় দিন "…
সংখ্যাতহে বাঢ়িছে ৰাজ্যৰ বিশ্ববিদ্যালয়?
নামনি অসমৰ উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয় দুবছৰৰ পূৰ্বে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ল যদিও পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত স্থবিৰ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ । যাৰ বাবে বাৰে বাৰে ছাত্ৰ ছাত্ৰী আৰু…
চোৰৰ তাণ্ডৱত ভাৰাক্ৰান্ত মুকালমুৱাবাসী
নলবাৰীৰ মুকালমুৱাত একে নিশাতেই একেটা পৰিয়ালৰ ৬টাকৈ গৰু চুৰি ।ধৰম আলী নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ বেৰ কাটি চোৰে লৈ যায় গৰুকেইটা ।মুকালমুৱা আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে।মুকালমুৱা অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা ।…
ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ সামৰণি
৫ নং সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ দুদিনীয়া প্ৰতিযোগিতা সফলতাৰে অন্ত পৰে।২৯ আৰু ৩০ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৬ জিলাৰ পৰা ডেৰ শতাধিক স্কেটাৰে অংশ গ্ৰহণ কৰা চেম্পিয়নশ্বিপত বিভিন্ন শাখাত সৰ্বমুঠ ৮৪ টা ৰেচ অনুষ্ঠিত হয়…
‘সদিচ্ছা দিৱস’ত মলয়া গোস্বামী,গোবিন বৰদলৈ,ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা
'সচেতনতা,সুৰক্ষা আৰু সজীৱ জীৱনৰ দিশে এখোজ ' মূলমন্ত্ৰৰে সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি অহা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন 'সদিচ্ছা'ৰ তৃতীয় বৰ্ষপূৰ্তি "সদিচ্ছা দিৱস" ৰূপে দেওবাৰে গুৱাহাটীৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন…
সৰ্বানন্দ সোণোৱালকেই গুৰুত্ব নিদিলে,ৰাজনৈতিক দলে !
সোণোৱাল কছাৰীসকলৰ ৰাজনৈতিক অধিকাৰ বিচাৰি ডিব্ৰুগড় জিলাৰ টিংখাং বৰডুপ শল'গুৰিত মিলিত হয় টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক সোণোৱাল কছাৰী লোক । অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী, জনগোষ্ঠীয় সংগঠনৰ কৰ্মী…
মোডীজী,এয়া ‘Act of God নে Act of Fraud ?
গুজৰাটত বিধিনসভা নিৰ্বাচন সমাগত । বিৰোধী দল আপৰ নিৰ্বাচনী প্ৰচাৰত জ্বলাকলা খাইছে শাসক দল বিজেপিয়ে।ইফালে বিগত ২৭ বছৰত উন্নয়নৰ ফটাঢোল শুনি ভাগৰি পৰিছে গুজৰাটী লোক ।প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও দলটোক কৰিছে একপ্ৰকাৰ নগুৰনাগতি ।প্ৰায় একে সময়তে…
কিয় ভাঙিল গুজৰাটৰ দলংখন?
আহমেদাবাদ নিবাসী বিজয় গোস্বামী তেওঁৰ পৰিয়ালক লৈ দেওবাৰে গৈছিল ম'ৰবী দলঙলৈ।সেয়া আছিল দুপৰীয়াৰ কথা।দলংখনৰ মাজলৈকে গৈ তেওঁ তেওঁৰ পৰিয়ালক লৈ উভতি আহিছিল।কাৰণ তেওঁলোক যেতিয়া দলঙৰ মাজ পাইছিলগৈ সেই সময়তে কিছু যুৱকে ওলমা দলংখন জোকাৰি দিছিল।ভয়ত বিতত…
অনন্য কৃতিত্ব শিৱসাগৰৰ অনন্যাৰ
ৰাষ্ট্ৰীয় একতা দিৱসত দিল্লীৰ সংসদ ভৱনত বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ অনন্যা দত্ত।সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত হোৱা মুঠ ৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত অসমৰ পৰা একমাত্ৰ অনন্যা দত্তই নিৰ্বাচিত হৈছে।শিৱসাগৰৰ ঢুলীয়াপাৰৰ নিবাসী দিলীপ দত্ত…